অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Aug 2019

Admit Card For Assam Administrative Staff College Recruitment 2019 @Junior Assistant- Contractual

Admit Card For Assam Administrative Staff College Recruitment 2019 @Junior Assistant- Contractual

Admit Card For Assam Administrative Staff College Recruitment 2019 @Junior Assistant- Contractual

যিসকলে অসম প্ৰশাসনিক ষ্টাফ কলেজত খালী হোৱা জুনিয়ৰ একাউণ্ট এচিছটেন্ট পদৰ বাবে আবেদন কৰিছিল তেওঁ লোকৰ বাবে এটা ভাল খবৰ। এই পদসমূহৰ বাবে অহা 15/09/2019 তাৰিখত লিখিত পৰীক্ষা অনুষ্ঠিত হব। পৰীক্ষা অসম প্ৰশাসনিক ষ্টাফ কলেজ, গুৱাহাটীত অনুষ্ঠিত হব।

উক্ত পৰীক্ষাৰ বাবে বাছনি কৃত প্ৰাৰ্থী সকলৰ নাম www.aasc.gov.in ত উপলব্ধ হব। এডমিত কাৰ্ডসমূহ  ডাকযোগে/ইমেইল যোগেদি পঠোৱা হব।

Highlight

  • Recruitment Authority: AASC
  • Name of Posts: Junior Account Assistant - Contractual
  • Date of Written Test: 15/09/2019


যিসকলে এডমিত কাৰ্ড লাভ কৰা নাই তেওঁলোকে তলৰ ঠিকনাত 13/09/2019 তাৰিখত গৈ এডমিত কাৰ্ড আনিব পাৰিব।
Assam Administrative staff college,Khanapara,Guwahati-22

Syllabus for Junior Account Assistant:

  • 1. Written Test: 50 Marks
  • 2. Computer Test: 50 Marks

Time: 90 Minutes Each