অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Aug 2019

অসম ৰাজ্যিক পৰিবহন নিগমত চাকৰি: ASTC Recruitment 2019


ASTC Recruitment 2019


ASTC Recruitment 2019

অসম ৰাজ্যিক পৰিবহন নিগমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

  • পদৰ সংখ্যা: 01 টা
  • পদৰ নাম: চিভিল ইঞ্জিনীয়াৰ


Qualification: আবেদনকাৰী পি ডব্লিউ ডি বিভাগৰ পৰা চীফ ইঞ্জিনীয়াৰ বা এডিচনেল চীফ ইঞ্জিনীয়াৰ হিচাবে অৱসৰপ্ৰাপ্ত ব্যক্তি হব লাগিব

Salary: অসম চৰকাৰৰ নিয়ম অনুসৰি দৰমহা লাভ কৰিব

Age Limit: আবেদনকাৰীৰ বয়স 65 বছৰৰ ভিতৰত হব লাগিব

ASTC Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 13/08/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
2. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়

Important Dates

সাক্ষাৎকাৰৰ তাৰিখ: 13/08/2019

স্থান: Assam State Transport Corporation, Paribahan Bhawan, Paltanbazar, Guwahait-8