অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Aug 2019

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত চাকৰি: Assam State Disaster Management Authority Recruitment for Technical Assistant, Consultant, Senior Consultant

Assam State Disaster Management Authority Recruitment 2019


Last Date: 26/08/2019

Assam State Disaster Management Authority Recruitment 2019

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

1. পদৰ নাম: Technical Assistant

  • অৰ্হতা: B.Tech/B.E, Diploma
  • পদৰ সংখ্যা: 01 টা
  • অভিজ্ঞতা: সংশ্লিষ্ট খণ্ডত 1-5 বছৰ
  • নিযুক্তি স্থান: গুৱাহাটী


2. পদৰ নাম: Consultant

  • অৰ্হতা: স্নাতক ডিগ্ৰী/ স্নাতকোত্তৰ ডিগ্ৰী
  • পদৰ সংখ্যা: 07 টা
  • অভিজ্ঞতা: সংশ্লিষ্ট খণ্ডত 3-7 বছৰ
  • নিযুক্তি স্থান: গুৱাহাটী


3. পদৰ নাম: Senior Consultant

  • অৰ্হতা: স্নাতক ডিগ্ৰী/ স্নাতকোত্তৰ ডিগ্ৰী
  • পদৰ সংখ্যা: 01 টা
  • অভিজ্ঞতা: সংশ্লিষ্ট খণ্ডত 5-10 বছৰ
  • নিযুক্তি স্থান: গুৱাহাটী

Selection Process:

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ।

How To Apply: 

ইচ্ছুক প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা ঠিকনাত নিৰ্ধাৰিত আবেদন প্ৰত্ৰত সকলো নথি সহ 26/08/2019 তাৰিখে আবেলি 3 বজাৰ ভিতৰত পোৱাকৈ পঠাব লাগিব। আবেদন প্ৰত্ৰ বিভাগীয় ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব।

আবেদনৰ ঠিকনা:
The State Project Coordinator,
Assam State Disaster Authority (ASDMA), Ancillary Block-I
Janata Bhawan, Dispur. Guwahati- 781006, Assam.

বিভাগীয় ৱেবছাইট: Click Here