অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Aug 2019

Admit Card For Diphu Medical College Recruitment 2019-Staff Nurse & Other Grade III Technical Posts, Link Activated

Admit Card For Diphu Medical College Recruitment 2019


Admit Card For Diphu Medical College Recruitment 2019

যিসকলে ডিফু মেডিকেল কলেজত খালী হোৱা নাৰ্ছ আৰু গ্ৰেড 3 টেকনিকেল পদৰ বাবে আবেদন কৰিছিল তেওঁ লোকৰ বাবে এটা ভাল খবৰ। এই পদসমূহৰ বাবে অহা 25/08/2019 তাৰিখত লিখিত পৰীক্ষা অনুষ্ঠিত হব। পৰীক্ষা ডিফু চহৰৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হব। 

উক্ত পৰীক্ষাৰ বাবে এডমিত কাৰ্ড সমূহ 19/08/2019 তাৰিখৰ পৰা www.dme.assam.gov.in ত উপলব্ধ হব। কোনো এডমিত কাৰ্ড ব্যক্তিগত ভাবে পঠোৱা নহয়। কেৱল উপৰোক্ত ৱেবচাইটৰ পৰা ডাউনলোড কৰিব লাগিব।

Highlight

1. Name of Posts: Staff Nurse & Other Grade III Technical Posts

2. Date of Written Test: 25/08/2019

How to download Admit Card

1. প্ৰথমতে www.dme.assam.gov.in ত লগ ইন কৰিব।
2. তাৰ পিছত Admit Card For Assam Hills Medical College বিচাৰিব।
3. তাৰ পিছত নিজৰ Application ID ভৰাব।
4. Admit Card Download কৰি প্ৰিণ্ট কৰিব।

এডমিত কাৰ্ড ডাউনলোডৰ বাবে: ইয়াত ক্লিক কৰক (Available now)