অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Jul 2019

ভাৰতীয় খাদ্য নিগমৰ Phase-1 পৰীক্ষাৰ ফলাফল ঘোষণা: FCI Recruitment 2019

FCI Recruitment Results 2019: Phase 1 Examination

ভাৰতীয় খাদ্য নিগম (FCI) ৰ অধীনত খালী হোৱা 4103 টা JE, Steno, Typist আৰু Assistant পদৰ বাবে অনুষ্ঠিত হোৱা Phase 1 পৰীক্ষাৰ ফলাফল FCI ৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হৈছে।

পদৰ সংখ্যা: 4103 টা

পদৰ নাম:
1. J.E. (Civil Engineering)
2. J.E. (Electrical Mechanical Engineering)
3. Steno Grade-II
4. Assistant Grade-II (Hindi)
5. Typist (Hindi)
6. Assistant Grade-III (General)
7. Assistant Grade-III (Accounts)
8. Assistant Grade-III (Technical)
9. Assistant Grade-III (Depot)

FCI Recruitment Results 2019: Phase 1 Examination


North Zone: ইয়াত ক্লিক কৰক

East Zone: ইয়াত ক্লিক কৰক

West Zone: ইয়াত ক্লিক কৰক

South Zone: ইয়াত ক্লিক কৰক

North-East Zone: ইয়াত ক্লিক কৰক
-----------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক



প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক