অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jul 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, মৰিগাঁওত চাকৰি: District Disaster Management Authority (DDMA), Marigaon Recruitment 2019

District Disaster Management Authority (DDMA), Marigaon Recruitment 2019



District Disaster Management Authority, Marigaon Recruitment 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, মৰিগাঁওত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

District Disaster Management Authority, Marigaon Recruitment 2019

পদৰ নাম: Field Officer (Disaster Management)

পদৰ সংখ্যা: 03 টা

Place of Posting: মিকিৰভেটা আৰু মাইঙ ৰাজহ চক্ৰ

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

District Disaster Management Authority, Marigaon Recruitment 2019: Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা

2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel I Power Point / Internet usage / Emails etc.)

3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।



District Disaster Management Authority, Marigaon Recruitment 2019: Age

01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।

দৰমহা: প্ৰতিমাহে 20000 টকা দৰমহা লাভ কৰিব।

District Disaster Management Authority, Marigaon Recruitment 2019: How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে Standard Form of Application, লগত শিক্ষাগত অৰ্হতাৰ সকলো নথি নিজেই attested কৰি তলত উল্লেখ কৰা সময় আৰু ঠিকনাত সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিব লাগিব।

সাক্ষাৎকাৰৰ ঠিকনা:
Deputy Commissioner Office, Marigaon

তাৰিখ : 18/07/2019

সময়: পূৱা 10 বজাত।

Important Link
Standard Form of Application  download লিংক: ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক