অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Jul 2019

এছ এছ চি এম টি এছ পৰীক্ষা 2019: SSC MTS Admit Card 2019 Download Now


SSC MTS Examination 2019: Admit Card


SSC MTS Examination 2019: Admit Card

SSC MTS EXAMINATION 2019 ৰ এডমিত কাৰ্ডসমূহ SSC এ ইয়াৰ অধিকাৰিক ৱেবছাইটত আপলোড কৰিছে। যিসকল প্ৰাৰ্থীয়ে SSC MTS EXAMINATION 2019 ৰ বাবে আবেদন কৰিছিল তেওঁলোকে তলৰ লিংকত গৈ ডাউনলোড কৰিব পাৰে।


এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক



SSC MTS Examination 2019: Details

পদৰ নাম: মাল্টি টাষ্কিং ষ্টাফ (নন টেকনিকেল)
পদৰ সংখ্যা: 10,000+ (সলনি হব পাৰে)
দৰমহা: Pay Band 1@ Rs.5200 to 20200/ আৰু GP@Rs.1800/
পৰীক্ষাৰ কেন্দ্ৰ
অসমৰ বাবে পৰীক্ষা কেন্দ্ৰ সমূহ হলগুৱাহাটীডিব্ৰুগড়শিলচৰযোৰহাট আৰু তেজপুৰ



SSC MTS Examination 2019: Syllabus


পৰীক্ষাৰ প্ৰকাৰ:
পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হব
1. Tier-1
2. Tier-2

1. Tier-1
Tier-1 পৰীক্ষা MCQ প্ৰকাৰৰ হব। এই পৰীক্ষা অনলাইনত হব অৰ্থাৎ Computer Based হব। এই পৰীক্ষা 02/08/2019 পৰা 06/09/2019 লৈ অনুষ্ঠিত হব। এই পৰীক্ষাৰ মাধ্যম ইংৰাজী আৰু হিন্দী হব

Tier 1 পৰীক্ষাৰ চিলেবাছ-
মুঠ নম্বৰ-100
সময়-90 মিনিট
1. General English: 25 Marks
2.General Intelligence & Reasoning: 25 Marks
3. Numerical Aptitude: 25 Marks
4. General Awareness: 25 Marks
এই পৰীক্ষাত প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবদ 1/4 নম্বৰ কটা যাব

2. Tier-2
এই পৰীক্ষাটো 17/11/2019 তাৰিখত অনুষ্ঠিত হব
এই পৰীক্ষা বিবৰণমূলক হব। অসমৰ পাৰ্থী সকলে আসমীয়াতে এই পৰীক্ষা দিব পাৰিব
এই পৰীক্ষাৰ চিলেবাছ এনে ধৰণৰ-
1. চুটি ৰচনা বা চিঠি- মুঠ নম্বৰ 50, সময় 30 মিনিট