অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jul 2019

ভট্টদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্ত্তি আৰম্ভ: Bhattadev University PG Admission Notice 2019

Bhattadev University PG Admission Notice 2019

Bhattadev University PG Admission Notice 2019

বৰপেটাৰ শিক্ষানগৰীৰূপে খ্যাত পাঠশালাত অৱস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ত তলত উল্লেখ কৰা বিষয় সমূহত স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্ত্তিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননী প্ৰকাশ কৰিছে।

স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্ত্তি হব লগা বিষয় সমূহ হৈছে...
1. অসমীয়া
2. ভূগোল
3. গণিত
4. পদাৰ্থ বিজ্ঞান, আৰু
5. জীৱ বিজ্ঞান

Important Dates:

1. Issue of Admission Form : 15/07/2019

2. Last date of Submission of Application Form: 27/07/2019

3. Date of Interview and Admission: 31/07/2019

Bhattadev University PG Admission Notice 2019