অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jul 2019

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত চাকৰি: B. Barooah Cancer Institute, Guwahati Recruitment 2019

B. Barooah Cancer Institute,  Guwahati Recruitment 2019


B. Barooah Cancer Institute,  Guwahati Recruitment 2019

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  03 টা
পদৰ নাম:

পদৰ নাম
পদৰ সংখ্যা  
বয়স
দৰমহা
অৰ্হতা
Speech and Swallowing Therapist
01 টা
35 বছৰ
17,790টকা
Have a qualification in Speech and Language Therapy

House Keeping Supervisor
01 টা
35 বছৰ
17,790টকা
Graduate,
Houuse keeeping Diploma

 ICU Technician
01 টা
35 বছৰ
15,180 টকা
HS Sciieence


Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

B. Barooah Cancer Institute,  Guwahati Recruitment 2019: How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 05/08/2019 তাৰিখৰ ভিতৰত Prescribed Format of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
To, The Director, 
Dr. B. Borooah Cancer Institute,
Gopinath Nagar, A K Azad Road,
Guwahati-781016

Important Dates

আবেদনৰ অন্তিম তাৰিখ05/08/2019

Important Link

Prescribed Format of Application: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক