অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jul 2019

অসম স্বাস্থ্যসেৱা মিছনত 20 পদত চাকৰি: National Health Mission Assam Recruitment 2019

National Health Mission Assam Recruitment 2019


Last Date: 30/07/2019.


National Health Mission, Assam Recruitment 2019

NHM, অসমত তলত উল্লেখ কৰা পদত নিযুক্তি ৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ সংখ্যা: 20 টা।
ইয়াৰ...

1. Superintending Engineer (Civil): 01 টা পদ

অৰ্হতা: চিভিল ৱৰ্কত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী

দৰমহা: Negotiable

2. Project Engineer (Civil): 01 টা

অৰ্হতা: 60% নম্বৰ লৈ চিভিল ইঞ্জিনীয়াৰ ডিগ্ৰী

দৰমহা: 36,000 টকা মাহিলি

3. Project Engineer (Electrical): 01 টা

অৰ্হতা: 60% নম্বৰ লৈ ইলেকট্ৰিকেল ইঞ্জিনীয়াৰ ডিগ্ৰী

দৰমহা: 35,000 টকা মাহিলি

4. Assistant Engineer (Civil): 10 টা পদ

অৰ্হতা: 60% নম্বৰ লৈ চিভিল ইঞ্জিনীয়াৰ ডিগ্ৰী

দৰমহা: 27,500 টকা মাহিলি

5. Junior Engineer (Civil): 07 টা পদ

অৰ্হতা: 60% নম্বৰ লৈ চিভিল ইঞ্জিনীয়াৰ ডিপ্লোমা

দৰমহা: 21,000 টকা মাহিলি

National Health Mission, Assam Recruitment 2019: How to apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 30/07/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

National Health Mission, Assam Recruitment 2019: Important Link

অনলাইন আবেদন লিংকইয়াত ক্লিক কৰক


সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক