অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Jul 2019

অসমী গ্ৰুপ অৱ ইনছটিটিউছনত ৫০ পদ খালী: Asomi Groups of Institution Recruitment 2019

Asomi Groups of Institution Recruitment 2019

Asomi Groups of Institution Recruitment 2019

অসমী গ্ৰুপ অৱ ইনছটিটিউছনত ৫০ টা বিভিন্ন লোন কালেক্তৰ আৰু লোন জেনেৰেটৰ পদ খালী। উক্ত পদকেইটাত নিযুক্তিৰ বাবে উপযুক্ত অৰ্হতাৰ ভাৰতীয় নাগৰিকৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদসমূহৰ বিৱৰণ:

মুঠ পদৰ সংখ্যা: ৫০ টা

ইয়াৰে...

1. লোন জেনেৰেটৰ: ১০ টা
2. লোন কালেক্তৰ: ২০ টা
3. লোন কালেক্তৰ (জুনিয়ৰ): ২০ টা

শিক্ষাগত অৰ্হতা:

1. লোন জেনেৰেটৰ: বানিজ্য/কলা/বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী
2. লোন কালেক্তৰ: উচ্চতৰ মাধ্যমিক
3. লোন কালেক্তৰ (জুনিয়ৰ): মেট্ৰিক

কেনেকৈ আবেদন কৰিব?

পদ সমূহত আবেদনৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া ঠিকনাত অহা ১০ আগষ্টৰ ভিতৰত নিজৰ সেহতীয়া Resume জমা দিব লাগিব।

আবেদনৰ ঠিকনা:
Executive Director, Asomi Group of Institution, Asomi Campus, 32 A, B.R. Deka Path, N.H.-37(By Pass), Jalukbari, Guwahati-781014