অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Jul 2019

এলায়েন্স এয়াৰত বিভিন্ন পদত চাকৰি: Alliance Air Recruitment 2019

Alliance Air Recruitment 2019


আবেদনৰ অন্তিম দিন: 09/08/2019

Alliance Air Recruitment 2019

Alliance Air (Air India Ltd.) ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ সংখ্যা:  52 টা
পদৰ নাম:

1. চিনিয়ৰ ছুপাৰভাইচৰ

পদৰ সংখ্যা: 49 টা পদ।

দৰমহা: 27755 টকা প্ৰতি মাহে।

বয়স : সৰ্বোচ্চ 40 বছৰ।

শিক্ষাগত অৰ্হতা:
যিকোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু লগতে সংশ্লিষ্ট বিষয়ত এবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

2. ছুপাৰভাইচৰ

পদৰ সংখ্যা: 03 টা।

দৰমহা: 23871 টকা প্ৰতি মাহে।

বয়স : সৰ্বোচ্চ 35 বছৰ।

শিক্ষাগত অৰ্হতা:
যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব লগতে এবছৰীয়া হোটেল ব্যৱস্থাপনা/ Food & Beverage Service/ Bakery & Confectionery ৰ ডিপ্লমা বা Food Production & Patisserie ত Craftsmanship course কৰা হব লাগিব।

Application Fees:

পদসমূহৰ বাবে এহেজাৰ টকাৰ আবেদন মাচুল দিব লাগিব।
(Through Demand Draft in favour of Airline Allied Services Limited, payable at New Delhi.)

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 09/08/2019 তাৰিখৰ ভিতৰত  নিৰ্ধাৰিত আবেদনৰ format ত সকলো নথিসহ ডাক যোগে বা কোৰিয়াৰ বা স্পীড পোষ্টৰ সহায়ত আবেদন কৰিব লাগিব I

আবেদনৰ অন্তিম দিন: 09/08/2019

ঠিকনা:
Alliance Air, Personnel Department, Alliance Bhawan, Domestic Terminal-1, I.G.I. Airport, New Delhi – 110037.

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক