অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Jul 2019

অসম লোকসেৱা আয়োগত চাকৰি: APSC Recruitment 2019

APSC Recruitment 2019


Last Date: 03/08/2019

APSC Recruitment 2019

অসম লোকসেৱা আয়োগত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি APSC কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

APSC Recruitment 2019

1. পদৰ নাম: Director of Economics and Statistics under Transformation & Development Deptt.
পদৰ সংখ্যা:  01 টা [UR]
দৰমহা: Rs.30,000/- to Rs. 1,10,000/- + GP:  Rs. 16,900/
বয়স: 01/01/2019 তাৰিখত 35-45 বছৰৰ ভিতৰত হব লাগিব।

APSC Recruitment 2019

2. পদৰ নাম: Inspector of Factories, Assam under Labour Welfare Department.
পদৰ সংখ্যা:  02 টা [OBC/MOBC]
দৰমহা: Rs.30,000/- to Rs. 1,10,000/- + GP:  Rs. 12,700/
বয়স: 01/01/2019 তাৰিখত 23-38 বছৰৰ ভিতৰত হব লাগিব।

APSC Recruitment 2019

পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা আৰু সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

APSC DR Form ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক

APSC Website: ইয়াত ক্লিক কৰক