অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

2 Jul 2019

অসম গ্ৰামীণ খাদ্য বিকাশ যোজনাত 186 পদত চাকৰি: Assam Gramin Food Development Yojona Recruitment 2019

Assam Gramin Food Development Yojona Recruitment

আবেদনৰ অন্তিম তাৰিখ: 25/07/2019


Assam Gramin Food Development Yojona Recruitment 2019

অসম গ্ৰামীণ খাদ্য বিকাশ যোজনাতৰ অধীনত খালী হোৱা 186 নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ ভাৰতীয় প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Assam Gramin Food Development Yojona Recruitment 2019: Details of Posts

পদৰ সংখ্যা:   186 টা
পদৰ নাম:
1. District Coordinator: 16
2. Block Coordinator: 170

Assam Gramin Food Development Yojona Recruitment 2019: Educational Qualification


1. District Coordinator: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

2. Block Coordinator: উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব।


Assam Gramin Food Development Yojona Recruitment 2019: Salary

দৰমহা প্ৰতিমাহে....

1. District Coordinator: 17,500 টকা
2. Block Coordinator: 11,500 টকা


Assam Gramin Food Development Yojona Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।

Assam Gramin Food Development Yojona Recruitment 2019: Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা আবেদন মাচুল ডিমান্ড ড্ৰাফ্ট যোগেদি  দিব লাগিব।

1. District Coordinator: 550 টকা
2. Block Coordinator: 450  টকা


Assam Gramin Food Development Yojona Recruitment 2019: How to Apply

1. পদসমূহৰ বাবে প্ৰথমতে অনলাইনত আবেদন কৰিব লাগিব (আবেদন লিংক তলত দিয়া হৈছে।)

আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

2. তাৰ পিছত আবেদনৰ প্ৰিন্ট লৈ hardcopy সম্পূৰ্ণ নথিসহ তলৰ ঠিকনাত পোষ্ট যোগেদি পঠাব লাগিব।

আবেদনৰ অন্তিম তাৰিখ: 25/07/2019

আবেদনৰ ঠিকনা:
Gramin Khadya Bikash Yojana,
Bora Service Complex,
House No.1, 1st Floor,
GS Road, Ulubari
Guwahati-07