অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jun 2019

শিক্ষাকৰ্মী, সংযোগী শিক্ষাকৰ্মী আৰু অতিৰিক্ত শিক্ষাকৰ্মীৰ Verification জাননী: SSA Baksa Musalpur Notice for Verification of SK, ASK

SSA Baksa Musalpur Notice for Verification of SK, ASK

SSA Baksa Musalpur Notice for Verification of SK, ASK 


বাক্সা জিলাত পূৰ্বতে Alternative Schooling ত নিযুক্ত শিক্ষাকৰ্মী, সংযোগী শিক্ষাকৰ্মী আৰু অতিৰিক্ত শিক্ষাকৰ্মী সকলক জনোৱা হয় যে তেওঁলোকে নিম্ন উল্লেখিত সময়সূচী অনুসৰি জিলা পৰ্যায়ৰ কমিটিৰ আগত Verification ৰ বাবে উপস্থিত হব লাগিব।

Date: 25/06/2019

Block Wise Table: Baksa, Jalah, Tamulpur, Tihu, Barama

Venue: DMO, SSA Baksa

Time: 11am to 4 pm.

Verification ৰ সময়ত লগত আনিবলগা নথিসমূহ:
1. HSLC ৰ পৰা সকলো মাৰ্কছিট আৰু চাৰ্টিফিকেট
2. B.Ed/D.El.Ed. ৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট
3. বয়সৰ প্ৰমাণপত্ৰ
4. Cast চাৰ্টিফিকেট
5. শিক্ষাকৰ্মী, সংযোগী শিক্ষাকৰ্মী আৰু অতিৰিক্ত শিক্ষাকৰ্মীৰ Agreement Paper
6. পাচপৰ্ট ফটো
7. লগতে সকলো নথিসমূহৰ নিজে attested কৰা ফটোষ্টেট কপি।

Sd/-
District Mission Coordinator
SSA, Baksa, Musalpur