অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jun 2019

অসম গ্ৰামীণ বিকাশ বেংকত 170 টা পদত চাকৰি: Assam Gramin Bikash Bank Recruitment 2019

Assam Gramin Bikash Bank Recruitment 2019


Assam Gramin Bikash Bank Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 170 টা

1. অফিছ এচিছটেন্ট (Multipurpose): 70 টা

2. এচিছটেন্ট মেনেজাৰ: 100 টা

Assam Gramin Bikash Bank Recruitment 2019: Educational Qualification

1. অফিছ এচিছটেন্ট (Multipurpose): যিকোনো বিষয়ত গ্ৰেজুৱেত (BA/BCon/BSc/BTech) হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

2. এচিছটেন্ট মেনেজাৰ:  যিকোনো বিষয়ত গ্ৰেজুৱেত (BA/BCon/BSc/BTech) হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

লগতে অসমীয়া , বড়ো নাইবা বঙালী ভাষা জনাটো প্ৰয়োজনীয়।

Assam Gramin Bikash Bank Recruitment 2019: Age

1. অফিছ এচিছটেন্ট (Multipurpose): 18 ৰ পৰা 30 বছৰৰ ভিতৰত হব লাগিব।

2. এচিছটেন্ট মেনেজাৰ: 18 ৰ পৰা 28 বছৰৰ ভিতৰত হব লাগিব।

Assam Gramin Bikash Bank Recruitment 2019: Salary

দৰমহা- প্ৰতিমাহে 22,000 ৰ পৰা 30,000 টকা।

Assam Gramin Bikash Bank Recruitment 2019: Application Fees

1. General/OBC: 600 টকা
2. ST/SC/PH: 100 টকা

Assam Gramin Bikash Bank Recruitment 2019: How to Apply

ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অনলাইন যোগেদি আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । তাত গৈ আবেদন কৰিব পাৰে।

Assam Gramin Bikash Bank Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব - 18 জুন, 2019 ৰ পৰা

2. অনলাইন আবেদন সমাপ্ত হব- 04 জুলাই, 2019

Assam Gramin Bikash Bank Recruitment 2019: Important Links


1. অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

2. সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক