অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Jun 2019

নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যলয়ত চাকৰি: District Social Welfare Office Nagaon Recruitment

District Social Welfare Office Nagaon Recruitment

Last Date: 10/06/2019 

District Social Welfare Office Nagaon Recruitment


নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যলয়ত ঠিকাভিত্তিক নিযুক্তিৰ বাবে মহিলা প্ৰাৰ্থীৰ আৱশ্যক। তলত উল্লেখ কৰা কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি জিলা সমাজ কল্যাণ বিষয়াই বিজ্ঞাপন প্ৰকাশ কৰিছে।

District Social Welfare Office Nagaon Recruitment: Vacancy Details

পদৰ সংখ্যা: 12 টা
ইয়াৰে
1. Centre Administrator: 01 টা
2. Case Work: 03 টা
3. Counselor: 01 টা
4. IT Staff: 03 টা
5. MPW: 02 টা
6. Night Guard: 02 টা


District Social Welfare Office Nagaon Recruitment: Qualification

শিক্ষাগত অৰ্হতা:
পদ সমূহৰ বাবে শিক্ষাগত অৰ্হতা এনেধৰণৰ

1. Centre Administrator: Law ডিগ্ৰী/ Master of Social Work. লগতে 5 বছৰৰ সংশ্লিষ্ট বিষয়ত কাম কৰাৰ অভিজ্ঞতা।

2. Case Work: Law ডিগ্ৰী/ Master of Social Work. লগতে 3 বছৰৰ সংশ্লিষ্ট বিষয়ত কাম কৰাৰ অভিজ্ঞতা।

3. Counselor: Master of Social Work/ ক্লিনিকেল মনোবিজ্ঞান। লগতে 3 বছৰৰ সংশ্লিষ্ট বিষয়ত কাম কৰাৰ অভিজ্ঞতা।

4. IT Staff: স্নাতক ডিগ্ৰী আৰু কম্পিউটাৰৰ ডিপ্লোমা। লগতে 3 বছৰৰ সংশ্লিষ্ট বিষয়ত কাম কৰাৰ অভিজ্ঞতা।

5. MPW: দশম শ্ৰেণী উত্তীৰ্ণ। লগতে 3 বছৰৰ সংশ্লিষ্ট বিষয়ত কাম কৰাৰ অভিজ্ঞতা।

6. Night Guard: অষ্টম শ্ৰেণী। লগতে 2 বছৰৰ সংশ্লিষ্ট বিষয়ত কাম কৰাৰ অভিজ্ঞতা।

District Social Welfare Office Nagaon Recruitment: Salary

পদসমূহৰ বাবে প্ৰতিমাহে Fixed দৰমহা প্ৰদান কৰা হব। পদ অনুযায়ী দৰমহা এনেধৰণৰ

1. Centre Administrator: 26,000 টকা
2. Case Work: 14,000 টকা
3. Counselor: 14,000 টকা
4. IT Staff: 12,000 টকা
5. MPW: 10,000 টকা
6. Night Guard: 9,000 টকা

District Social Welfare Office Nagaon Recruitment: Age

পদকেইটাত বাবে প্ৰাৰ্থীৰ বয়স 21 ৰ পৰা 45 বছৰ হব লাগিব।

District Social Welfare Office Nagaon Recruitment:: How to Apply

ইচ্ছুক প্ৰাৰ্থীয়ে বায়ডাটা, পাচপৰ্ট ফটো, Contact details (Ph No./Email) সহ তলৰ ঠিকনাত 10/06/2019 ৰ আগত পোৱাকৈ পঠাব লাগিব।
To, The District Social Welfare Officer
Stand Road, Amolapatti
Nagaon, Assam

নাইবা ইমেইল কৰিও পঠাব পাৰে।
Email Id: dswonag2017@gmail.com
Contact No.: 98640-18944