অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

2 Jun 2019

অট'মোবাইল সংস্থা এম জি গুৱাহাটী ত পদ খালী : Private Job at Guwahati

Private Job at Guwahati

Private Job at Guwahati

অট'মোবাইল সংস্থা এম জি গুৱাহাটী ত খালী তলত উল্লেখ কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে

Private Job at Guwahati: Vacancy details

1. টীম লীডাৰ
2. কৰ্প'ৰেট এগজিকিউটিভ,
3. ছেলছ এগজিকিউটিভ,
4. টেলিকলাৰ, ছাৰ্ভিছ মেনেজাৰ
5. ৱাৰেন্টী ইনচাৰ্জ

Private Job at Guwahati: Qualification

শিক্ষাগত অৰ্হতা:
পদ সমূহৰ বাবে শিক্ষাগত অৰ্হতা এনেধৰণৰ
1. টীম লীডাৰ: স্নাতক ডিগ্ৰী /মাৰ্কেটিংত এম বি এ আৰু ৪-৫ বছৰৰ অভিজ্ঞতা,
2. কৰ্প'ৰেট এগজিকিউটিভ: স্নাতক ডিগ্ৰী  আৰু ৪-৫ বছৰৰ অভিজ্ঞতা,
3. ছেলছ এগজিকিউটিভ: স্নাতক ডিগ্ৰী  আৰু ১-২ বছৰৰ অভিজ্ঞতা,
4. টেলিকলাৰ, ছাৰ্ভিছ মেনেজাৰ: বি ই/ডি এম আৰু ৫-৮ বছৰৰ অভিজ্ঞতা,
5. ৱাৰেন্টী ইনচাৰ্জ: স্নাতক ডিগ্ৰী  আৰু ৩-৪ বছৰৰ অভিজ্ঞতা ৰ প্ৰয়োজন

Private Job at Guwahati: How to Apply

আগ্ৰহী পাৰ্থীয়ে bio-data তলৰ ঠিকনাত ইমেইল কৰি পঠাব পাৰে।
Email Id: mgguwahati@gmail.com
দুৰভাস নম্বৰ: ৭৫৭৭০-০৭৭৫৫