অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Jun 2019

সীমান্ত পথ সংস্থা (বি আৰ অ') ত 778 টা পদ খালী: BRO Recruitment 2019

BRO Recruitment 2019

Last Date: 02/08/2019

BRO Recruitment 2019

সীমান্ত পথ সংস্থা (বি আৰ অ') ত খালী হোৱা 778 টা পদত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

BRO Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 778  টা

ইয়াৰ
1. ড্ৰাইভাৰ মেকানিকেল ট্ৰেন্সপৰ্ট: 388 টা
(ইয়াৰে UR-159, OBC-104, SC-58, ST-29)

Educational Qualification
পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হব লাগিব।
2. লগতে HMV License থাকিব লাগিব।

Age Limit
আবেদনকাৰীৰ বয়স 18 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

Salary
নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে 19,900-44,400 টকা দৰমহা দিয়া হব।

BRO Recruitment 2019

2. ইলেকট্ৰিছিয়ান: 101 টা
(ইয়াৰে UR-42, OBC-27, SC-15, ST-07)

Educational Qualification
পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হব লাগিব।
2. লগতে ITI (Auto electrician) প্ৰমাণপত্ৰধাৰী হব লাগিব।

Age Limit
আবেদনকাৰীৰ বয়স 18 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

Salary
নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে 19,900-44,400 টকা দৰমহা দিয়া হব।

BRO Recruitment 2019

3. মেকানিক: 92 টা
(ইয়াৰে UR-40, OBC-24, SC-13, ST-06)

Educational Qualification
পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হব লাগিব।
2. লগতে ITI (মেকানিক) প্ৰমাণপত্ৰধাৰী হব লাগিব।

Age Limit
আবেদনকাৰীৰ বয়স 18 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

Salary
নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে 19,900-44,400 টকা দৰমহা দিয়া হব।

BRO Recruitment 2019

4. ৰান্ধনী : 197 টা
(ইয়াৰে UR-81, OBC-53, SC-29, ST-14)

Educational Qualification
পদটোৰ বাবে আবেদনকাৰী...
1. কোনো স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হব লাগিব।
2. লগতে অভিজ্ঞতা থাকিব লাগিব।

Age Limit
আবেদনকাৰীৰ বয়স 18 ৰ পৰা 25 বছৰৰ ভিতৰত হব লাগিব।

Salary
নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে 18,000-39,900 টকা দৰমহা দিয়া হব।


BRO Recruitment 2019: Application Fees

আবেদনকাৰীয়ে 50 টকাৰ Application Fees দিব লাগিব।SC/ST প্ৰাৰ্থী সকলে আবেদন মাছুল দিব নালাগে।

BRO Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 02/08/2019 তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব।
"To, Commandant
GREF Centre, Dighi Camp,
Pune-411015"