অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 May 2019

ধুবুৰী ফেমিলি কৰ্টত পদ খালী: Vacancy arise at office of the Family Court, Dhubri

Family Court, Dhubri Recruitment 2019

Family Court, Dhubri Recruitment 2019:

ধুবুৰী জিলাৰ Family Court ৰ মূখ্য ন্যায়াধীশৰ কাৰ্যলয়ত খালী হোৱা নিম্নোক্ত পদসমূহৰ বাবে ইচ্ছুক আৰু যোগ্য পাৰ্থীৰ পৰা অসমৰ চৰকাৰে প্ৰস্তুত কৰা Standard Form of Application ত আবেদন বিচৰা হৈছে।

Family Court, Dhubri Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 6 টা ।
ইয়াৰে
1. Record Arranger: 1 টা
2. Process Server: 2 টা
3. Peon: 2 টা
4. Chowkider: 1 টা

আটাইকেইটা পদ অসংৰক্ষিত।

Family Court, Dhubri Recruitment 2019: Salary

পে স্কেল: 14,000 টকাৰ পৰা 60,500 টকা
গ্ৰেড পে: 5,200 টকা

Family Court, Dhubri Recruitment 2019: Educational Qualification

পদসমূহৰ বাবে পাৰ্থী অতিকমেও VIII শ্ৰেণী উত্তীৰ্ণ হব লাগিব।
বি:দ্ৰ:- উচ্চতৰ মাধ্যমিক বা তাতকৈ অধিক শিক্ষা গ্ৰহণ কৰা পাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিব নোৱাৰিব।

পাৰ্থীয়ে অসমৰ যিকোনো Employment Exchange Office ত নাম পঞ্জীয়ন কৰা হব লাগিব।

Family Court, Dhubri Recruitment 2019: Age Limit

পাৰ্থীৰ বয়স 01/05/2019 তাৰিখত 18 ৰ পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
ST/SC/PwD পাৰ্থীৰ বাবে অসম চৰকাৰৰ চলিত নিয়ম অনুসৰি বয়সৰ উচ্চ সীমা ৰেহাইৰ ব্যৱস্থা আছে।

Family Court, Dhubri Recruitment 2019: Selection Process

উপৰোক্ত পদসমূহৰ বাবে পাৰ্থী দুটা পৰ্যায়ত বাচনি কৰা হব।
1. লিখিত পৰীক্ষা: 70 নম্বৰ
2. মৌখিক পৰীক্ষা: 30 নম্বৰ

Family Court, Dhubri Recruitment 2019: How to Apply

ইচ্ছুক পাৰ্থীয়ে 3 কপি পাচপৰ্ট ফটোসহ, সম্পূৰ্ণ Standard Form of Application ৰ লগত নিজৰ সকলো শিক্ষাগত, বয়সৰ প্ৰমাণপত্ৰ, Employment Exchange ৰ কাৰ্ডৰ ফটোকপি নিজেই Attested কৰি তলত উল্লেখ কৰা ঠিকনাত 14/06/2019 তাৰিখৰ ভিতৰত জমা দিব লাগিব। বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগকৈ আবেদন কৰিব লাগিব।লগতে নিজৰ ঠিকনা সন্নিবিষ্ট 5 টকাৰ পোষ্টেল ষ্টাম লগোৱা 11x25 আকাৰৰ খাম এটাও জমা দিব লাগিব।

আবেদন জমা দিব লগা ঠিকনা: 
Office of the Principal Judge,
Family Court Dhubri