অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 May 2019

LIC Recruitment 2019: 8581 টা ADO পদৰ বাবে অনলাইন আবেদন কৰক

LIC Recruitment 2019 of 8581 ADO post

LIC Recruitment 2019

ভাৰতৰ আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বীমা প্ৰতিস্থান Life Insurance of India চমুকৈ LIC য়ে ইয়াৰ বিভিন্ন জ'ন সমূহত খালী হোৱা 8581 টা Apprentice Development Officer অৰ্থাৎ ADO পদৰ বাবে অৰ্হতা সম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

LIC Recruitment 2019: Details of Posts

পদৰ নাম: Apprentice Development Officer (ADO)
পদৰ সংখ্যা: 8581টা

LIC Recruitment 2019: Zone wise Vacancy

1. Eastern জ'ন: 922
2. Northern জ'ন: 1130
3. East Central জ'ন: 701
4. North Central জ'ন: 1042
5. Central জ'ন: 525
6. South Central জ'ন: 1251
7. Southern জ'ন: 1257
8. Western জ'ন: 1753


LIC Recruitment 2019: Age details

আবেদনকাৰীৰ বয়ষ 01 মে, 2019 তাৰিখত 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC/PH  আৰু Ex- Servicemen ৰ বাবে LIC ৰ চলিত নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাইৰ ব্যৱস্থা আছে।

LIC Recruitment 2019: Educational Qualification

আবেদনকাৰী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হব লাগিব।
নাইবা
ইনছিউৰেঞ্চ ইনছটিটিউত অফ মুম্বাইৰ পৰা বৃত্তি লাভ কৰা হব লাগিব।

LIC Recruitment 2019: Salary

দৰমহা 21,865 টকাৰ পৰা 55,075 টকা পেবেণ্ড।

LIC Recruitment 2019: Fees of Application

1. ST/SC শ্ৰেণীৰ বাবে 50 টকা
2. অন্যান্য শ্ৰেণীৰ বাবে 600 টকা
আবেদনকাৰীয়ে এই মাচুল অনলাইন যোগেদি ডেবিট কাৰ্ড/ ক্ৰেডিট কাৰ্ড/ ইনটাৰনেট বেংকিং/ IMPS/ কেছ কাৰ্ড নাইবা মোবাইল ৱালেট সহায়ত দিব লাগিব।

LIC Recruitment 2019: Process of Selection

বাছনি প্ৰক্ৰিয়া তিনিটা পৰ্যায়ৰ মাজেৰে হব। প্ৰথমতে  Preliminary Test তাৰ পিছত Mains আৰু শেষত সাক্ষাৎকাৰ অনুস্থিত হব।

LIC Recruitment 2019: Mode of Application

আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থীয়ে তলত দিয়া লিংকত গৈ আবেদন কৰিব পাৰে।

LIC Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 20/05/2019
2. আবেদনৰ অন্তিম তাৰিখ: 09/06/2019

LIC Recruitment 2019: Date of Exam

1. Preliminary Examination: 06 আৰু 13 জুলাই, 2019 ( Tentative)
2. Mains Examination: 10 আগষ্ট, 2019 (Tentative)

LIC Recruitment 2019: Important Link

1. অনলাইন আবেদনৰ লিংক: ইয়াত ক্লিক কৰক
2. সম্পূৰ্ণ বিজ্ঞাপনৰ লিংক: ইয়াত ক্লিক কৰক

-----------------------------------
লগতে পঢ়ক:
1. এছ এছ চি এম টি এছ পৰীক্ষা 2019: সম্পূৰ্ণ বিজ্ঞাপন, পৰীক্ষাৰ প্ৰকাৰ আৰু চিলেবাছ/SSC MTS Examination 2019: Detail Advertise, Exam Pattern and Syllabus
-----------------------------------

2. বোৰ্ডাৰ ছিকিউৰিতি ফৰ্ছত 1072 হেড কনছটেবল ( ৰেডিঅ অপাৰেটৰ আৰু ৰেডিঅ মেকানিক) পদ খালী: Job opportunity at Boarder Security Force