অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

30 May 2019

বিজ্ঞান আৰু গণিত ফেচিলিটেটৰ চাকৰি পদ খালী : ASTEC Recruitment 2019

ASTEC Recruitment 2019

ASTEC Recruitment 2019

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিভাগ (Assam Science Technology and Environmental Council) চমুকৈ ASTEC ত খালী হোৱা নিম্নলিখিত পদসমূহত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিছাৰি বিভাগীয় কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

ASTEC Recruitment 2019: Vacancy Details

মুঠ পদৰ সংখ্যা: 3 টা
ইয়াৰে...
1. প্ৰকল্প বিজ্ঞানী (Project Scientist): 2 টা

2. প্ৰকল্প সহায়ক (Project Associate): 1 টা

এই পদসমূহ বিজ্ঞান আৰু গণিত ফেচিলিটেট (Science and Maths Facilitator) প্ৰকল্পৰ অধীনত পূৰণ কৰা হব।

ASTEC Recruitment 2019: Qualification


1. প্ৰকল্প বিজ্ঞানী (Project Scientist): 
এই পদটিৰ বাবে আবেদন কাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান (Chemistry) বা গণিত (Mathematics) বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী ধাৰী হব লাগিব।
নাইবা
কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইনজিনিয়াৰিঙ যিকোনো বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী ধাৰী হব লাগিব।

2. প্ৰকল্প সহায়ক (Project Associate): 
এই পদটিৰ বাবে আবেদন কাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান (Chemistry) বা গণিত (Mathematics) বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী ধাৰী হব লাগিব লগতে কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইনজিনিয়াৰিঙ যিকোনো বিষয়ত 3  বছৰীয়া ডিপ্লোমাধাৰী হব লাগিব।

ASTEC Recruitment 2019: Salary

1. প্ৰকল্প বিজ্ঞানী (Project Scientist): এই পদৰ বাবে প্ৰতিমাহে 32,000 টকা দৰমহা পাব।

2. প্ৰকল্প সহায়ক (Project Associate): এই পদৰ বাবে প্ৰতিমাহে 20,000 টকা দৰমহা পাব।

ASTEC Recruitment 2019: Age

উক্ত পদৰ বাবে পাৰ্থীৰ বয়স 18 ৰ পৰা 43 বছৰ হব লাগিব।

ASTEC Recruitment 2019: How to apply

ইচ্ছুক আৰু যোগ্যতা সম্পন্ন পাৰ্থীয়ে নিম্ন উল্লেখিত তাৰিখত সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব। সেই দিনা পাৰ্থী সকলে নিজৰ সকলো বোৰ নথি পত্ৰ সহ তলত দিয়া নথিসমূহ জমা দিয়াৰ বাবে আনিব লাগিব।
1. বায়ডাটা
2. পাচপৰ্ট ফটো
3. সকলো নথিৰ জেৰক্স কপি

সাক্ষাৎকাৰৰ তাৰিখ:
1. প্ৰকল্প বিজ্ঞানী (Project Scientist): 16/06/2019

2. প্ৰকল্প সহায়ক (Project Associate): 17/06/2019

ASTEC Recruitment 2019

সাক্ষাৎকাৰ অনুষ্ঠিত হব লগা ঠিকনা:
ASTEC, বিজ্ঞান ভৱন
G.S. Road , গুৱাহাটী, অসম
পিন: 781005

অধিক জানিবলৈ ASTEC ৰ ৱেবছাইটৰ সহায় লব পাৰে।

ৱেবচাইট: ইয়াত ক্লিক কৰক