অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Apr 2019

চাহ বাগিচাত ফাৰ্মাচিষ্টৰ চাকৰি: Pharmacist Job at Tea Garden

Pharmacist Job at Tea Garden
Pharmacist Job at Tea Garden

Pharmacist Job at Tea Garden

তিনিচুকীয়া জিলাৰ অন্তৰ্গত পানীতোলা চাহ বাগিচাত খালী হোৱা ফাৰ্মাচিষ্ট পদত নিযুক্তিৰ বাবে যোগ্যতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।


Pharmacist Job at Tea Garden

শিক্ষাগত অৰ্হতা(Educational qualification):
পাৰ্থী ফাৰ্মাচি বিষয়ত স্নাতক অৰ্থাৎ বি. ফাৰ্ম হব লাগিব। লগতে পাচ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

Pharmacist Job at Tea Garden

দৰমহা (Salary):
নিযুক্তি লাভ কৰা পাৰ্থীক চাহ বাগিচাৰ চলিত নিৰ্দেশনা মতে দৰমহা তথা অন্যান্য সা-সুবিধা প্ৰদান কৰা হব।

Pharmacist Job at Tea Garden

কেনেকৈ আবেদন কৰিব (How To apply):
ইচ্ছুক উপযুক্ত পাৰ্থীয়ে তলত দিয়া ঠিকনাত বায়ডাটা সহ আবেদন প্ৰেৰণ কৰিব পাৰে-
পৰিচালক, পানীতোলা চাহ বাগিচা, ডাকঘৰ- পানীতোলা, জিলা- তিনিচুকীয়া পিন- 786184. নাইবা ambarish.borah@mkjokai.com ত ইমেইল কৰিব পাৰে।