অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Apr 2019

খালছা কলেজত 41 টা পদত চাকৰিৰ সুযোগ: Job at Khalsa College

Job  at Khalsa College

Last Date: 26 এপ্ৰিল,2019

শ্ৰীগুৰু টেগবাহাদুৰ খালছা কলেজত 41 টা অনাশিক্ষক পদত নিযুক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন পাৰ্থীৰ পৰা বাবে আবেদন বিচৰা হৈছে

পদৰ বিবৰণ (Details of Posts):
পদৰ সংখ্যা: 41 টা
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত নিযুক্তি দিব লগা বিভিন্ন বিভাগৰ পদ সমূহ হল-
1. লাইব্ৰেৰীয়ান: 1 টা
2. এডমিনিষ্ট্ৰেটিভ অফিচাৰ: 1 টা
3. ছিনিয়ৰ টেকনিকেল এছিছটেন্ট: 1 টা
4. মিউজিয়াম কিউৰেটৰ: 1 টা
5. জুনিয়ৰ এছিছটেন্ট: 3 টা
6. লাইব্ৰেৰী এটেনডেণ্ট: 3 টা
7. লেব'ৰেটৰী এটেনডেণ্ট: 31 টা

অৰ্হতা (Qualification):
পদ অনুসৰি বিভিন্ন

বয়স (Age):
1. লাইব্ৰেৰীয়ান: 35 বছৰ
2. এডমিনিষ্ট্ৰেটিভ অফিচাৰ: 35 বছৰ
3. ছিনিয়ৰ টেকনিকেল এছিছটেন্ট: 30 বছৰ
4. মিউজিয়াম কিউৰেটৰ: 27  বছৰ
5. জুনিয়ৰ এছিছটেন্ট: 27  বছৰ
6. লাইব্ৰেৰী এটেনডেণ্ট: 27  বছৰ, আৰু
7. লেব'ৰেটৰী এটেনডেণ্ট: 27  বছৰৰ ভিতৰত হব লাগিব

দৰমহা (Salary):
1. লাইব্ৰেৰীয়ান: PB@Rs.15600-39100/ + GP=Rs.6000/
2. এডমিনিষ্ট্ৰেটিভ অফিচাৰ: PB@Rs.15600-39100/ + GP=Rs.5400/
3. ছিনিয়ৰ টেকনিকেল এছিছটেন্ট: PB@Rs.9300-34800/ + GP=Rs.4200/
4. মিউজিয়াম কিউৰেটৰ: PB@Rs.5200-20200/ + GP=Rs.2800/
5. জুনিয়ৰ এছিছটেন্ট: PB@Rs.5200-20200/ + GP=Rs.1900/
6. লাইব্ৰেৰী এটেনডেণ্ট:PB@Rs.5200-20200/ + GP=Rs.1800/, আৰু
7. লেব'ৰেটৰী এটেনডেণ্ট: PB@Rs.5200-20200/ + GP=Rs.1800/

কেনেকৈ আবেদন কৰিব (How to Apply):
আগ্ৰহী পাৰ্থী সকলে 26 এপ্ৰিল,2019 ভিতৰত পোৱাকৈ আবেদন কৰিব লাগিব

সবিশেষ বাবে ক্লিক কৰক: ClickHere