অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Dec 2022

শীঘ্ৰে মুকলি হ'ব ১০,০০০ চৰকাৰী পদৰ বিজ্ঞাপনঃ হিমন্ত বিশ্ব শৰ্মা

 

Advertisement for 10000 Govt Posts to be Released Soon: Himanta Biswa Sarma

গুৱাহাটী, ০২ ডিচেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ শুকুৰবাৰে পুৱা সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিভিন্ন খণ্ডৰ ১০,০০০ টা চৰকাৰী চাকৰিৰ বিজ্ঞাপন শীঘ্ৰে প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছেপৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও মুখ্যমন্ত্ৰীৰ লগত সংগদি উল্লেখ কৰিছে যে এই নিযুক্তিসমূহ তেওঁৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১,০০,০০০ চাকৰিৰ এটা অংশ হব ইতিমধ্যে চৰকাৰে চলোৱা বিভিন্ন নিযুক্তি অভিযানৰ জৰিয়তে বিভিন্ন স্তৰৰ ৮০,০০০ পদ পূৰণ কৰা হৈছে জানুৱাৰী মাহৰ প্ৰথমাৰ্ধৰ ভিতৰত ১০,০০০ পদৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু এইবোৰ মূলতঃ ৰাজ্যৰ নতুনকৈ ঘোষিত বন বেটেলিয়নৰ বাবে হব আৰু বাকী ১০,০০০ আগন্তুক - মাহত পূৰণ কৰা '


আজিৰ চাকৰিৰ খবৰৰ বাবে : ইয়াত ক্লিক কৰক