অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Oct 2022

নৱেম্বৰত ঘোষণা কৰিব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল, ডিচেম্বৰত মৌখিক পৰীক্ষা : মুখ্যমন্ত্ৰী

চতুৰ্থ বৰ্গৰ


  • নৱেম্বৰত ঘোষণা কৰিব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল
  • ডিচেম্বৰত অনুষ্ঠিত ' চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা
  • চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফলেই প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

দিল্লীত এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ