অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Feb 2022

Assam Health Department Recruitment 2022 - Apply Online for 4000+ Vacancies

অসম চৰকাৰৰ স্বাস্থ্য বিভাগ 

স্বাস্থ্য বিভাগ, অসমে স্বাস্থ্য সেৱা সঞ্চালকালয় (DHS), স্বাস্থ্য সেৱা সঞ্চালকালয়, পৰিয়াল কল্যাণ (DHSFW), চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) আৰু আয়ুষ সঞ্চালকালয়ৰ অধীনত নিযুক্তি 3945 গ্ৰেড-3 (কাৰিকৰী আৰু অ-কাৰিকৰী) আৰু গ্ৰেড-4 খালী পদৰ বাবে চাৰিখন অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ০৮.০২.২০২২ ৰ পৰা অনলাইন আবেদন কৰিব পাৰে।

Assam Health Department Recruitment 2022 - Apply Online for 4354 Vacancies

1. স্বাস্থ্য সেৱা সঞ্চালকালয় (DHS)  চাকৰি।

  • পদৰ সংখ্যা: 2720 টা
  • পদৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

আবেদনৰ বাবে ক্লিক কৰক: Click Here

 


2. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (DHSFW) চাকৰি।

  • পদৰ সংখ্যা: 182 টা
  • পদৰ নাম: ANM আৰু LDA 
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

আবেদনৰ বাবে ক্লিক কৰক: Click Here



3. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (DHSFW) চাকৰি।

  • পদৰ সংখ্যা: 25 টা
  • পদৰ নাম: পিয়ন
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

 

আবেদনৰ বাবে ক্লিক কৰক: Click Here


4. অসম চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ চাকৰি।

  • পদৰ সংখ্যা: 56 টা
  • পদৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

 

আবেদনৰ বাবে ক্লিক কৰক: Click Here


5. অসম চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) চাকৰি।

  • পদৰ সংখ্যা: 962 টা
  • পদৰ নাম: গ্ৰেড-3 আৰু গ্ৰেড-4
  • অৰ্হতা: অষ্টম পাছৰ পৰা
  • অন্তিম তাৰিখ: 28/02/2022

আবেদনৰ বাবে ক্লিক কৰক: Click Here


6. ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM), অসম চাকৰি।

  • পদৰ সংখ্যা: 154 টা
  • পদৰ নাম: চিকিৎসা বিষয়া 
  • অৰ্হতা: MBBS
  • অন্তিম তাৰিখ: 20/02/2022

আবেদনৰ বাবে ক্লিক কৰকClick Here


7. ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM), অসম চাকৰি।

  • পদৰ সংখ্যা: 40 টা
  • পদৰ নাম: বিশেষজ্ঞ বিষয়া 
  • অৰ্হতা: MBBS
  • অন্তিম তাৰিখ: 25/02/2022

আবেদনৰ বাবে ক্লিক কৰকClick Here