অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Dec 2020

স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC যুৱক–যুৱতীলৈ ৰাজ্য চৰকাৰে দিব ৫০ হাজাৰ টকাকৈ - thejobinassam.in

ৰাজ্য চৰকাৰে OBC আৰু ST(P) শ্ৰেণীৰ নিবনুৱা যুৱকযুৱতীসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে নিবনুৱা যুৱকযুৱতীক  ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব

thejobinassam.in

আবেদনৰ বাবে কি কি লাগিব:

  1. আবেদনৰ বাবে লাগিব ভোটাৰ কাৰ্ড বা পান কাৰ্ড বা আধাৰ কাৰ্ড
  2. ধনৰ সঠিক ব্যৱহাৰৰ বিস্তীৰ্ণ প্ৰস্তাৱ
  3. জাতিগত চাৰ্টিফিকেট
  4.  নিয়োগ বিভাগৰ চাৰ্টিফিকেট
  5. পৰিয়ালৰ ইনকাম চাৰ্টিফিকেট
  6. উচ্চতৰ মাধ্যমিক আৰু স্নাতক উত্তীৰ্ণৰ চাৰ্টিফিকেট 
  7.  বেংক পাছবুক
  8. পাছপৰ্ট ফটো


আবেদনকাৰী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বয়স লাগিব ২৫ৰ পৰা ৪৫ বছৰ

পৰিয়ালৰ বাৰ্ষিক আয় লাখ টকাতকৈ কম লাগিব 

www.directorwptbc.assam.gov.in বেৱছাইটত গৈ ইয়াৰ সবিশেষ জানিব পাৰিব  


আবেদন জমা দিব লাগিব  

এই আৰ্থিক অনুদানৰ বাবে অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব

আবেদন পত্ৰ জমা দিয়াৰ ঠিকনা

ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়

ৰুক্মিণী নগৰ, গুৱাহাটী, অসম


এই সাহায্যৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২১ ডিচেম্বৰলৈ সীমা বৃদ্ধি কৰা হৈছে ।



আবেদনৰ ফৰ্ম ডাউনলোডৰ বাবে ক্লিক কৰক
 : Click Here

thejobinassam.in