অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Aug 2020

ৰাজ্য চৰকাৰৰ বিশেষ আচনি ঘোষণা - ১৭ লাখ পৰিয়ালে প্ৰতিমাহে পাব ৮৩০ টকা

Government of Assam has decided to provide Rs 830 per month each to 17 lakh families

ৰাজ্য চৰকাৰৰ বিশেষ আচনি ঘোষণা। ১৭ লাখ পৰিয়ালে প্ৰতিমাহে পাব ৮৩০ টকা
আজি অসমৰ স্বাস্থ্য তথা বৃত্ত বিভাগৰ মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱে এই কথা ঘোষণা কৰে। তেওঁ প্ৰকাশ কৰা মতে... "অৰুণোদয়" আঁচনিৰ অধীনত ৰাজ্যখনৰ ১৭ লাখ পৰিয়াললৈ প্ৰতিমাহে ৮৩০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে এই আঁচনিখনৰ বাবে হিতাধিকাৰী বাচনিৰ প্ৰক্ৰিয়া অহা ১৭ আগষ্টৰ পৰা আৰম্ভ ' আগন্তুক অক্টোবৰ মাহৰ পৰা শুভাৰম্ভ 'বলগীয়া আঁচনিখনৰ জৰিয়তে হিতাধিকাৰীসকলে প্ৰতি মাহৰ প্ৰথম দিনটোতেই ধন লাভ কৰিব
প্ৰতি মাহত ৮৩০টকা হিচাপত অভাৱগ্ৰস্ত পৰিয়ালসমূহে বছৰি ১০ হাজাৰকৈ টকা বাৰ্ষিকভাৱে লাভ কৰিবলৈ সক্ষম '