অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

 Qualification Wise Vacancies in Assam 

jobinassamDownload Our App: Click Here

6 May 2022

Assam Postal Circle Recruitment of 1143 GDS Posts - Apply Online

Assam Postal Circle Recruitment 2022

অসম ডাকসেৱা বিভাগত খালী হোৱা 1143 টা গ্ৰামীণ ডাকসেৱকৰ পদৰ বাবে আবেদনৰ অনলাইন লিংক 02/05/2022 পৰা খুলি দিয়া হব। প্ৰাৰ্থীসকল  তলৰ লিংকত গৈ আবেদন কৰিব পাৰিব।

Assam Postal Circle Recruitment of 1143 GDS Posts - Apply Online


Details of Posts

পদৰ নাম: গ্ৰামীণ ডাকসেৱক (GDS)

পদৰ সংখ্যা: 1143 টা

Cachar: 153 [UR-65, OBC-37, SC-9, ST-26, EWS-13, PWD-3]

Goalpara: 145 [UR-63, OBC-38, SC-10, ST-17, EWS-15, PWD-2]

Nalbari: 161 [UR-74, OBC-42, SC-10, ST-17, EWS-13, PWD-5]

Sivasagar: 101 [UR-47, OBC-27, SC-5, ST-11, EWS-9, PWD-2]

Darrang: 101 [UR-39, OBC-32, SC-11, ST-13, EWS-5, PWD-1]

Guwahati: 112 [UR-51, OBC-32, SC-7, ST-10, EWS-9, PWD-3]

RMS GH Division: 25 [UR-5, OBC-2, SC-0, ST-1, EWS-15, PWD-2]

Tinsukia: 41 [UR-14, OBC-3, SC-9, ST-5, EWS-10, PWD-0]

Dibrugarh: 145 [UR-46, OBC-37, SC-19, ST-15, EWS-24, PWD-4]

Nagaon: 171 [UR-78, OBC-46, SC-12, ST-20, EWS-9, PWD-6]

RMS S Division: 5 [UR-3, OBC-1, SC-0, ST-1, EWS-0, PWD-0]


Educational Qualification
  • কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
  • স্থানীয় ভাষা অৰ্থাৎ অসমীয়া/বড়ো/বঙালী নুন্যতম দশম শ্ৰেণী (Class X) লৈ পঢ়িব লাগিব।
  • এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।

Salary: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 10,000 - 14,500 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit: আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।


Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।
2. SC/ST/Female আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।


How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছেl ইচ্ছুক প্ৰাৰ্থী সকলে 02/05/2022 to 05/06/2022 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।


Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 02/05/2022 
2. আবেদনৰ অন্তিম তাৰিখ: 05/06/2022


অনলাইন আবেদন লিংক 

Assam Postal Circle Recruitment of 919 GDS