Assam Postal Circle Recruitment 2022
অসম ডাকসেৱা বিভাগত খালী হোৱা 1143 টা গ্ৰামীণ ডাকসেৱকৰ পদৰ বাবে আবেদনৰ অনলাইন লিংক 02/05/2022 পৰা খুলি দিয়া হব। প্ৰাৰ্থীসকল তলৰ লিংকত গৈ আবেদন কৰিব পাৰিব।

Details of Posts
পদৰ নাম: গ্ৰামীণ ডাকসেৱক (GDS)
পদৰ সংখ্যা: 1143 টা
Cachar: 153 [UR-65, OBC-37, SC-9, ST-26, EWS-13, PWD-3]
Goalpara: 145 [UR-63, OBC-38, SC-10, ST-17, EWS-15, PWD-2]
Nalbari: 161 [UR-74, OBC-42, SC-10, ST-17, EWS-13, PWD-5]
Sivasagar: 101 [UR-47, OBC-27, SC-5, ST-11, EWS-9, PWD-2]
Darrang: 101 [UR-39, OBC-32, SC-11, ST-13, EWS-5, PWD-1]
Guwahati: 112 [UR-51, OBC-32, SC-7, ST-10, EWS-9, PWD-3]
RMS GH Division: 25 [UR-5, OBC-2, SC-0, ST-1, EWS-15, PWD-2]
Tinsukia: 41 [UR-14, OBC-3, SC-9, ST-5, EWS-10, PWD-0]
Dibrugarh: 145 [UR-46, OBC-37, SC-19, ST-15, EWS-24, PWD-4]
Nagaon: 171 [UR-78, OBC-46, SC-12, ST-20, EWS-9, PWD-6]
RMS S Division: 5 [UR-3, OBC-1, SC-0, ST-1, EWS-0, PWD-0]
Educational Qualification
- কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
- স্থানীয় ভাষা অৰ্থাৎ অসমীয়া/বড়ো/বঙালী নুন্যতম দশম শ্ৰেণী (Class X) লৈ পঢ়িব লাগিব।
- এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।
Salary: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 10,000 - 14,500 টকা হিচাপত দৰমহা দিয়া হব।
Age Limit: আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।
Application Fees
1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।
2. SC/ST/Female আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।
How to Apply
পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছেl ইচ্ছুক প্ৰাৰ্থী সকলে 02/05/2022 to 05/06/2022 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।
Important Dates
1. অনলাইন আবেদন আৰম্ভ হব: 02/05/2022
2. আবেদনৰ অন্তিম তাৰিখ: 05/06/2022
অনলাইন আবেদন লিংক
