Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

4 Oct 2019

Purabi Dairy (WAMUL) Guwahati Recruitment 2019: Assistant / Executive [06 Posts]

Purabi Dairy (WAMUL) Guwahati Recruitment 2019

Purabi Dairy (WAMUL) Guwahati Recruitment 2019
পূৰবী হৈছে The West Assam Milk Product's Co-operative Union Limited চমুকৈ WAMUL  দ্বাৰা প্ৰস্তুত কৰা গাখীৰ আৰু বিভিন্ন গাখীৰৰ পৰা উৎপাদন কৰা বস্তুৰ ব্ৰেন্ড নাম।গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত WAMUL হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সৰ্ববৃহৎ আৰু কাৰ্যকৰী ইউনিট "পূৰবীবৰ্তমান সময়ত অসম তথা উত্তৰ পূৱ ভাৰতৰ সকলোৰে চিনাকি তথা জনপ্ৰিয় ব্ৰেন্ড হবলৈ সক্ষম হৈছে

Details of Vacancy
উত্তৰ পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী কোম্পানী WAMUL  খালী হোৱা বিভিন্ন পদ পূৰণ কৰিবলৈ উপযুক্ত তথা অৰ্হতা সম্পন্ন পাৰ্থী বিচৰা হৈছে

খালী হোৱা পদসমূহ এনেধৰনৰ
  • Executive Marketing: 01 Post.
  • Assistant-I Marketing: 04 Posts.
  • Assistant-I Admin & Purchase: 01 Post.

Essential Qualification

পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ হল...

1. Executive Marketing: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিবলগতে অতি কমেও 5 বছৰৰ work experience থাকিব লাগিব
2. Assistant-I Marketing: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিবলগতে অতি কমেও 1-3 বছৰৰ work experience থাকিব লাগিব
3. Assistant-I Admin & Purchase:পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিবলগতে অতি কমেও 1-2 বছৰৰ work experience থাকিব লাগিব

How to Apply
ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনা আৰু তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
  1. Executive Marketing:14th October 2019 (Monday)
  2. Assistant-I Marketing:16th October 2019 (Wednesday)
  3. Assistant-I Admin & Purchase: 18th October 2019 (Friday)

Time: 9:00 - 10:30 AM

ঠিকনা:
Office of the West Assam Milk-producers Union Coop Ltd (Purabi Dairy), Panjabari, -781037


Important Link


'