অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Sept 2019

ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট ডিভিছনত ৪২ পদত নিযুক্তি: LICI Jorhat Division Recruitment 2019 [42 Posts]


LICI Jorhat Division Recruitment 2019

LICI Jorhat Division Recruitment 2019

ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট ডিভিছনত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...



Details of Posts

পদৰ নামAssistant

পদৰ সংখ্যা: 42 টা (অসমৰ: 37, নাগালেণ্ড: 02, অৰুণাচল: 03)

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব

Age Limit

1. আবেদনকাৰীৰ বয়স 18  পৰা 30 বছৰৰ ভিতৰত হব লাগিব
2. OBC  বাবে 3 বছৰ আৰু SC/ST  বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব l

LICI Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 01/10/2019  তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব I

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 17/09/2019

2. অনলাইন আবেদন সমাপ্ত হব: 01/10/2019

Important Link

অনলাইন আবেদন লিংকইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক