অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Sept 2019

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসমৰ এডমিত কাৰ্ড: Health & FW Deptt, Assam Admit Card 2019 [Link Activated]

Health & FW Deptt, Assam Admit Card, Exam Date 2019


Health & FW Deptt, Assam Admit Card, Exam Date 2019

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম এ (Health & FW Deptt, Assam Cum-Director of Health Services (FW) Assam) ইয়াৰ অধীনত খালী হোৱা 189 টা Grade-III আৰু 65 টা Grade-IV পদৰ বাবে লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। ইয়াৰ অধীনত খালী হোৱা Computor/Field & Evaluation Worker/ L.D. Asstt/ Field Worker/ Social Worker & Grade IV পদৰ বাবে অহা 08 ছেপ্টেম্বৰ তাৰিখে লিখিত পৰীক্ষা অনুষ্ঠিত হব। পূৰ্বতে এই পৰীক্ষা 27 জানুৱাৰী, 2019 ত অনুষ্ঠিত হোৱা কথা আছিল।


পৰীক্ষাৰ তাৰিখ: 08 ছেপ্টেম্বৰ, 2019

এডমিত কাৰ্ড ডাউনলোড: ইয়াত ক্লিক কৰক

You may call onto 08486652931 from 10:00 am to 05:00 pm on working days for query relating to download of Admit Card

DHSFW Vacancy Details :

মুঠ পদৰ সংখ্যা: 254 টা
পদৰ নাম:
  • Computor
  • Field Worker
  • Social Worker
  • Field & Evaluation Worker
  • L. D. Assistant
  • Grade-IV

পৰীক্ষাৰ কেন্দ্র: 
Nalbari, Nagaon, Cachar, Bongaigaon, Dhubri, Lakhimpur, Dibrugarh, Jorhat and Kamrup (M)

Important Links

বিভাগীয় ৱেবছাইট: ইয়াত ক্লিক কৰক