অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Sept 2019

DEE Assam Answer Key for Grade IV Post (Peon, Chowkider)

DEE, Assam Answer Key for Grade IV Post (Peon, Chowkider)

DEE, Assam Answer Key for Grade IV Post (Peon, Chowkider)

DEE, Assam ৰ আজি অনুষ্ঠিত হৈ যোৱা পিয়ন আৰু চকীদাৰ পদৰ উত্তৰ সমূহ তলত দিয়া হৈছে। প্ৰশ্ন সমূহ পৰীক্ষাৰ্থী সকলক সুধি প্ৰস্তুত কৰা হৈছে।


Disclaimer: The questions are prepared as per memory of the examinee's. So there may be some mistake in the question section.

DEE, Assam Answer Key for Grade IV Post (Peon, Chowkider)
10. প্ৰথম গৰাকী আহোম ৰজা কোন আছিল?
উত্তৰ :চাওলুং চুকাফা

11. কোন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?
উত্তৰ : নীলাচল পাহাৰত

12. 2500 টকাত কিনি আনি 8% লোকচান হলে বিক্ৰী মূল্য কিমান আছিল?
উত্তৰ :2300 টকা

13. 80 টকাৰ বস্তু এটা 100 টকাত বিক্ৰী কৰিলে লাভৰ হাৰ ?
উত্তৰ: 25%

14. এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া।
উত্তৰ :ভোগেশ্বৰ বৰুৱা

15. স্বৰ্ণ মন্দিৰ কত আছে
উত্তৰ : অমৃতসৰত

16. 45 কিলোমিটাৰ/ঘণ্টা  গতিবেগ হলে 180 কিলোমটাৰ যাবলৈ কিমান সময় লাগিব ?
উত্তৰ : 4 ঘণ্টা

17. (16-8)×4-12÷4×9+7
উত্তৰ : 12

18. তুমি গাড়ী চলাই আহি থাকোতে ভিৰত চিগনেল কৰাত কি কৰিব
উত্তৰ: যাবলৈ নোকোৱালৈকে ইঞ্জিন বন্ধ কৰি ৰৈ থাকিবা

19. তলৰ কোন খন বিশ্ববিদ্যালয় কেন্দ্ৰৰ দ্বাৰা পৰিচালিত
উত্তৰ :তেজপুৰ বিশ্ববিদ্যালয়

বাকী প্ৰশ্ন সমূহ এতিয়ালৈকে পোৱা নাই। প্ৰাৰ্থীসকলৰ স্মৃতিশক্তিৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন সমূহ সংগ্ৰহ কৰি থকা হৈছে। আপোনাৰ মনত থকা প্ৰশ্ন সমূহ তলৰ লিংকত ক্লিক কৰি জমা দিব পাৰে। আমি অতি সোনকালে শুদ্ধ উত্তৰ সমূহ লৈ আহিম। ধন্যবাদ।

প্ৰশ্ন জমা দিবলৈ: ইয়াত ক্লিক কৰক