Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

18 Sep 2019

অসম কেঞ্চাৰ কেয়াৰ ফাউন্ডেছনত ৮ পদত চাকৰি: Assam Cancer Care Foundation (ACCF) Recruitment 2019 [8 posts]

Assam Cancer Care Foundation (ACCF) Recruitment 2019


Assam Cancer Care Foundation (ACCF) Recruitment 2019


অসম কেঞ্চাৰ কেয়াৰ ফাউন্ডেছনত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 08 টা
Assam Cancer Care Foundation (ACCF) Recruitment 2019

How to Apply


ইচ্ছুক প্ৰাৰ্থীসকলে আবেদনৰ সবিশেষৰ বাবে বিভাগীয় ৱেবচাইট assamcancercarefoundation.orgত লগ ইন কৰিব পাৰে নাইবা আবেদন প্ৰত্ৰ ইমেইল কৰিব পাৰে l

ইমেইল: hr@accf.in

আবেদনৰ অন্তিম তাৰিখ: 28/09/2019


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক
'