অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Sept 2019

124 টা ছুইপাৰ, ৰান্ধনী আৰু ধোবী পদৰ বাবে Skill Test ৰ তাৰিখ আৰু এডমিত কাৰ্ড: DHSFW Recruitment 2019

DHSFW Recruitment 2019


Health & FW Deptt, Assam Admit Card, Exam Date 2019

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম এ (Health & FW Deptt, Assam Cum-Director of Health Services (FW) Assam) ইয়াৰ অধীনত খালী হোৱা 114 টা ছুইপাৰ, 6 টা ৰান্ধনী আৰু 4 টা ধোবী পদৰ বাবে Skill Test ৰ দিন ঘোষণা কৰিছে। ইয়াৰ অধীনত খালী হোৱা ছুইপাৰ, ৰান্ধনী আৰু ধোবী পদৰ বাবে অহা 26 ছেপ্টেম্বৰ ৰ পৰা Skill Test সমূহ তলত উল্লেখ কৰা সময় আৰু স্থানত অনুষ্ঠিত হব।


Skill Test ৰ: 26 ছেপ্টেম্বৰ, 2019 Onwards

Place:
State Institute of Health & Family Welfare Training Centre, Six-Mile, Khanapara, Guwahati-22 (Near Office of the Director of Medical Education, Assam)

Time: 10:00 AM to 5:00 PM 


Admit Card:
The details of schedule shall be available in the website www.dhs.assam.gov.in from 18.9.2019 onwards, and the eligible candidates shall be able to download their admit cards from the website from the same date.

এডমিত কাৰ্ড ডাউনলোড: ইয়াত ক্লিক কৰক

DHSFW Vacancy Details :

মুঠ পদৰ সংখ্যা: 124 টা
পদৰ নাম:

  • Sweeper-114
  • Cook-6
  • Dhubi-4 


বিভাগীয় ৱেবছাইট: ইয়াত ক্লিক কৰক


মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...