অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Aug 2019

নলবাৰী জিলাত বহুতো হাইস্কুল গ্ৰেজুৱেত শিক্ষক পদ খালী: Nalbari District High School Teacher Recruitment 2019

Nalbari District High School Teacher Recruitment 2019

নলবাৰী জিলাৰ অন্তৰ্গত তলত দিয়া প্ৰাদেশীকৃত হাইস্কুল সমূহত খালী থকা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ নাম: সহকাৰী শিক্ষক ( হাইস্কুল)

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
2. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিএড বা বিটি উত্তীৰ্ণ হব লাগিব, আৰু
3. হাইস্কুল টেট উত্তীৰ্ণ হব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 60,500 টকা + GP: 8,700 টকা হিচাপত দৰমহা দিয়া হব। লগত অন্যান্য চৰকাৰী বানচ সমূহ।

আবেদন গ্ৰহণ কৰাৰ অন্তিম তাৰিখ: 27/08/2019

ইচ্ছুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে নিদিষ্ট আবেদন প্ৰত্ৰত বিদ্যালয় পৰ্যায়ত প্ৰধান শিক্ষক বা অধ্যক্ষৰ কাৰ্যলয়ত আবেদন কৰিব লাগিব। 
আবেদন প্ৰত্ৰ www.madhyamik.in/ ৰ পৰা ডাউনলোড কৰিব লাগিব।

Nalbari District High School Teacher Recruitment 2019

Nalbari District High School Teacher Recruitment 2019