অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Aug 2019

অসম কৰ আয়ুক্তৰ অফিচত ১৮ নিম্নবৰ্গৰ সহায়কৰ চাকৰি: Apply Online

Office the Commissioner of Taxes Recruitment 2019


Office the Commissioner of Taxes Recruitment 2019


অসম কৰ আয়ুক্তৰ অফিচত খালী হোৱা 18 টা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আছে এটা Important খবৰ।  যিসকলে অফলাইন যোগেদি আবেদন কৰিছিল তেওলোকে পুনৰ বিভাগীয় ৱেবচাইট www.comtax.assam.gov.in ত গৈ 30 আগষ্টৰ আগত অনলাইন আবেদন কৰিব লাগিব।


অনলাইন আবেদন লিংক 20/08/2019 তাৰিখৰ পৰা একটিভ হব আৰু 30/08/2019 তাৰিখলৈ থাকিব।

কোনো নতুন আবেদন গ্ৰহন কৰা নহয়। মাত্ৰ যিসকলে অন্তিম তাৰিখৰ আগতে অফলাইন আবেদন কৰিছিল তেওঁলোকৰ হে আবেদন গ্ৰহণ কৰা হব। 

যিসকলে অফলাইন আবেদন কৰিছিল তেওঁলোকৰ নাম বিভাগীয় ৱেবচাইট www.comtax.assam.gov.in ত উপলব্ধ হব।

List of candidates who submitted offline application: Click Here [Coming Soon]

Apply Online: Click Here [Link Activated]