অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

16 Aug 2019

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত আয়ুস্মান ভাৰতত 33 টা পদত চাকৰি: Ayusman Bharat Recruitment 2019

Ayusman Bharat Recruitment 2019

Ayusman Bharat Recruitment 2019

State Health Society- আয়ুস্মান ভাৰতত অটল অম্ৰিত অভিযান স্কীমৰ বাবে নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ সংখ্যা: 33  টা
পদৰ নাম: Hospital Coordinator

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা হস্পিতাল মেনেজমেণ্ট/হস্পিতাল এডমিনিষ্ট্ৰেছন বা তাৰ সমপৰ্যায়ৰ ডিগ্ৰী লাভ কৰা হব লাগিব
2. লগতে সংশ্লিষ্ট খণ্ডত পাচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 40,000 টকা দৰমহা দিয়া হব।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 26/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব।

Important Dates

  • 1. অনলাইন আবেদন সমাপ্ত হব: 26/08/2019
  • 2. সাক্ষাৎকাৰৰ দিন: 30/08 2019

Important Link