অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Jul 2019

SCERT পৰীক্ষা বাতিল: SCERT Written Test for different Grade III and IV Posts has Postponed

SCERT Written Test for different Grade III and IV Posts has been Postponed

SCERT Written Test for different Grade III and IV Posts has Postponed

অহা 20 আৰু 21 জুলাই, 2019 ত অনুষ্ঠিত হব লগা বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা সাম্প্ৰতিক বান পৰিস্থিতিৰ কাৰণে অনিদিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে।
নতুন পৰীক্ষাৰ সময়সূচী অতিসোনকালে প্ৰকাশ কৰা হব।


SCERT ASSAM RECRUITMENT 2019: Admit Card

SCERT Assam ৰ অধীনত খালী হোৱা বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে।

লিখিত পৰীক্ষাৰ মুঠ নম্বৰ 75 আৰু ইয়াৰ বাবে 75 টা MCQ প্ৰকাৰৰ প্ৰশ্ন থাকিব। প্ৰতিটো ভুল উত্তৰৰ বাবে 0.25 নম্বৰ কটা যাব।


এডমিত ডাউনলোড কৰক: Click Here

SCERT অসমৰ লিখিত পৰীক্ষাৰ তাৰিখ আৰু চিলেবাছ: Click Here

-----------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক