অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Jul 2019

ধেমাজি সৰ্বশিক্ষা মিছনত চাকৰি: Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019


অসম সৰ্বশিক্ষা অভিযান মিছন, ধেমাজি জিলাৰ অধীনত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ মহিলা প্ৰাথীৰ পৰা আবেদন বিছাৰি SSA, Dhemaji কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।



Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019: Details of Posts


পদৰ সংখ্যা:  02 টা
পদৰ নাম: সহকাৰী ৰান্ধনী: 02 টা

Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019: Educational Qualification


কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ কৰা হব লাগিব।

Axom Sarba Siksha Abhijan (SSA), Kamrup (M)  Recruitment 2019: Salary


নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 8000 টকা দৰমহা দিয়া হব।

Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019: Age Limit


আবেদনকাৰীৰ বয়স 30-45 বছৰৰ ভিতৰত হব লাগিব।



Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019: Application Fees


এই পদত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

Axom Sarba Siksha Abhijan (SSA), Dhemaji Recruitment 2019: How to Apply


ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 16/07/2019 তাৰিখৰ ভিতৰতPlainPaper ত সকলো নথিসহ আবেদন কৰিব লাগিব।

Office of the District Mission Co-ordinator,
SSA, Dhemaji

Place of Posting:
১. কস্তুৰবা গান্ধী বালিকা (আবাসিক) বিদ্যালয়, অকাজান

২. কস্তুৰবা গান্ধী বালিকা (আবাসিক) বিদ্যালয়, চিমেন চাপৰি

অফিচিয়েল বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক
------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক


প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক