অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 May 2019

DEE Assam Recruitment of Various Grade III and Grade IV Posts: Notification for verification of documents is out

DEE Assam Recruitment of Various Grade III and Grade IV Posts

DEE Assam Recruitment of Various Grade III and Grade IV Posts: Notification for verification of documents is out

DEE Assam Recruitment of Various Grade III and Grade IV Posts:


যিসকল পাৰ্থীয়ে DEE Assam ৰ অধীনত খালী হোৱা Grade III (Junior Assistant, Statistical Assistant, Computor), Grade IV (Peon, Chowkider, Driver) পদৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ। অতি সোনকালে আৰম্ভ হব তেওঁলোকৰ documents Verification প্ৰক্ৰিয়া।

DEE Assam Recruitment of Various Grade III and Grade IV Posts:


Verification ৰ তাৰিখ:
03/06/2019 ৰ পৰা 21/06/2019

DEE Assam Recruitment of Various Grade III and Grade IV Posts:


Verification ৰ ঠাই:
District Head Quarter
নিজৰ নিজৰ গৃহ জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যলয়ত documents verification হব।


DEE Assam Recruitment of Various Grade III and Grade IV Posts:


পাৰ্থী সকলে অনলাইন আবেদনত উল্লেখ কৰা তেওঁলোকৰ ঠিকনা অনুযায়ী জিলা ভিত্তিত পাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই অনুযায়ী জিলা ভিত্তিক বাচনি কমিটি (District Level Selection Committee) এ পাৰ্থী সকলৰ কেতিয়া আৰু কত Documents Verification হব তাৰ তালিকা প্ৰস্তুত কৰিব। DEE ৰ official website ত সেই তালিকা চাব পৰা যাব আৰু লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যলয়তো উক্ত তালিকা উপলদ্ধ হব।
গতিকে পাৰ্থী সকলে DEE ৰ official website ত বা নিজৰ জিলাৰ Head Quarter ত অৱস্থিত জিলা শিক্ষা বিষয়াৰ কাৰ্যলয়ত গৈ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত কোন দিনা তেওঁলোকৰ Documents Verification হব তাৰ খবৰ লব পাৰে।

DEE Assam Recruitment of Various Grade III and Grade IV Posts:


সেই দিনা পাৰ্থীসকলে লগত আনিব লাগিব....

1. নিজৰ গোটেই original documents
2. গোটেই documents ৰ নিজেই Attested কৰা ফটোষ্টেট কপি (জমা দিয়াৰ বাবে)
3. নিজৰ এটা Photo Identify Proof
4. Acknowledgement recipe (Online আবেদন কৰাৰ সময়ত উলিওৱা)

DEE Assam Recruitment of Various Grade III and Grade IV Posts:


উল্লেখ্য যে যোৱা মাৰ্চ মাহত Directorate of Elementary Education অৰ্থাৎ DEE এ ইয়াৰ অধীনত খালী হোৱা 78 টা Grade III (Junior Assistant, Statistical Assistant, Computor) পদ আৰু 152 টা Grade IV (Peon, Chowkider, Driver) পদৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল।

DEE ৰ Official Website ৰ লিংক: ইয়াত ক্লিক কৰক