অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

ডাক বিভাগৰ চাকৰি [১০ পাছ]

India Post Recruitment 2023

চাকৰি প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ, শেহতীয়াকৈ ইণ্ডিয়া পোষ্টে গ্ৰামীণ ডাক সেৱক পদৰ চাকৰিৰ বাবে আবেদন বিচাৰি জাননী জাৰি কৰিছে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব 

India Post Recruitment 2022

India Post এতিয়া মুঠ 30 হাজাৰ 41 টা পদ খালী আছে আৰু এই খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰা হৈছে উল্লেখযোগ্য যে এই নিযুক্তিৰ জৰিয়তে দেশজুৰি মুঠ ২৩টা চক্ৰ বা চাৰ্কলৰ ডাকঘৰত খালী হোৱা পদ পূৰণ কৰা


ডাক বিভাগৰ চাকৰি বিৱৰণ:

  • পদৰ নাম: গ্ৰামীণ ডাক সেৱক
  • খালী পদৰ সংখ্যা:30,041 টা
  • অৰ্হতা: দশম উত্তীৰ্ণ
  • বয়স: ১৮ৰ পৰা ৩২ বছৰৰ ভিতৰত

আবেদনৰ বাবে ক্লিক কৰক: 
Online Application Form
Registration | Login
Fee Payment Status
Click Here
Advertisement DetailsClick Here
Vacancy Details
Click Here
Official Website
Click Here


Download Our Android App Here


thejobinassam


শেহতীয়া চাকৰিআপডেটৰ বাবে: 

ইয়াত ক্লিক কৰক