অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

শিশু বিকাশ আৰু শিক্ষণবিদ্যা: Part 1

1.শেণী কোঠাত এজন শিক্ষকৰ প্ৰয়োজন হয-
ক) টেবুল
খ) ব্লেক বোৰ্ড
গ) চকী
ঘ) নিৰ্দেশক মাৰি

উত্তৰ চাবলৈ ইয়াত ক্লিক কৰক

2. এজন ভাল শিক্ষক কেনে হোৱা উচিত? 
ক) অনৰগল বক্তৃতা দিবৰ পৰা 
খ) বহু বিষয়ত জ্ঞান থকা 
গ) নিজৰ পঢ়াব লগা বিষয়ত বুৎপত্তি থকা 
ঘ) সকলো বিষয়তে বুৎপত্তি থকা ।

উত্তৰ চাবলৈ ইয়াত ক্লিক কৰক

3.ম ই তেনেজন শিক্ষক কে স্বীকৃতি দিও- 
ক) যি ছাত্ৰ- ছাত্ৰ ঈক কঠোৰ ভাবে নিয়ন্ত্ৰণ কৰে।
খ) ছাত্ৰ- ছাত্ৰ ঈৰ সমসা সম্পৰ্কে অৱগত হয় আৰু তেওঁলোকক সহায় কৰে।
গ) ছাত্ৰ- ছাত্ৰ ঈৰ সৈতে বন্ধুত্ব বজাই ৰাখে।
ঘ) এক সুন্দৰ ব্যক্তিত্ব ৰ অধিকাৰী হয়।

উত্তৰ চাবলৈ ইয়াত ক্লিক কৰক

4.ছাত্ৰ- শিক্ষকৰ মাজৰ যোগাযোগ ক ফলপ্ৰসূ বুলি ধৰা যাব- 
ক) যদি শিক্ষক এ লাহে লাহে পৰিপাটীকৈ শিক্ষণ কাৰ্য আগবঢ়ায়।
খ) যদি এটা নীৰৱ  আৰু শৃংখলিত পৰিৱেশত শিক্ষা দান কৰে।
গ) ছাত্ৰ- ছাত্ৰ-ছাত্ৰী য়ে অতি ক্ষিপ্ৰতাৰে বুজি পায়।
ঘ) যদি ছাত্ৰ- ছাত্ৰ-ছাত্ৰী য়ে শিক্ষকে বুজাব খোজা ধৰণে ই বুজি পায়।

উত্তৰ চাবলৈ ইয়াত ক্লিক কৰক

5.শিক্ষণ আৰু শিক্ষক- ছাত্ৰৰ যোগাযোগ কেতিয়াবা বিফল হয়- 
ক) ছাত্ৰ-ছাত্ৰী অমনোযোগী হ'লে।
খ) শিক্ষকে বুজাবলৈ বিচৰা পাঠটোৰ গতানুগতিক বুজনি দিলে।
গ) পাঠটোৰ প্ৰতি ছাত্ৰ-ছাত্ৰী ৰ উৎসুকতা নাথাকিলে।
ঘ) শ্ৰেণী কোঠাত অতি মাত্ৰা চিঞৰ বাখৰ কৰিলে

উত্তৰ চাবলৈ ইয়াত ক্লিক কৰক