অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

22 Aug 2022

India Post Job: ডাক বিভাগত চাকৰিৰ ডাঙৰ সুযোগ, ৯৮ হাজাৰ ৮৩টা পদৰ বিজ্ঞাপন

India Post Recruitment 2023:

India Post এতিয়া মুঠ ৯৮ হাজাৰ ৮৩টা পদ খালী আছে আৰু এই খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰা হৈছে উল্লেখযোগ্য যে এই নিযুক্তিৰ জৰিয়তে দেশজুৰি মুঠ ২৩টা চক্ৰ বা চাৰ্কলৰ ডাকঘৰত খালী হোৱা পদ পূৰণ কৰা


India Post Recruitment 2023:

India Post Recruitment 2022 Details :


নিযোগকাৰী সংস্থা: ইণ্ডিয়া পোষ্ট


পোষ্টৰ নাম : পোষ্টমেন, মেইল ​​গাৰ্ড আৰু অন্যান্য

খালী পদৰ সংখ্যা হৈছে ৯৮,০৮৩টা

পোষ্টমেনৰ খালী পদ- ৫৯,০৯৯টা

মেইল গাৰ্ডৰ খালী পদ- ১৪,৪৫টা

মাল্টি-টাস্কিং (MTS) পদ - ৩৭,৫৩৯টা


India Post Recruitment 2022: আবেদনৰ যোগ্যতা (Eligibility):

আবেদনকাৰী দশম আৰু দ্বাদশ উত্তীৰ্ণ লাগিব আৰু কম্পিউটাৰৰ দক্ষতা (Computer Skill) থাকিব লাগিব প্ৰতিটো পদৰ বাবে যোগ্যতাৰ মাপকাঠী বেলেগ বেলেগ


India Post Recruitment 2022: ৱয়সৰ সীমা (Age Limit)

আবেদনকাৰীৰ বয়স ১৮ৰ পৰা ৩২ বছৰৰ ভিতৰত লাগিব


India Post Recruitment 2022: আবেদন পদ্ধতি

প্ৰতিটো পদৰ বাবে আবেদন প্ৰক্ৰিয়া অনলাইন (Online Apply) পদ্ধতিৰে '


India Post Recruitment 2022: কেনেকৈ আবেদন কৰিব

India Post অফিচিয়েল ৱেবছাইট indiapost.gov.inলৈ যাওক


হোমপেজত গৈ নিযুক্তি লিংকত ক্লিক কৰক, পদটো বাছি লওক আৰু একাউণ্টত ছাইন আপ কৰক

ফৰ্মখন পূৰণ কৰক, ফৰ্ম জমা দিয়ক আৰু মাচুল জমা দিয়ক


Apply Link: Click Here


Details Advertisement: Click Here