অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Aug 2022

Important Social Science Question Answers for Assam Direct Recruitment Grade-III Exam

Important Question Answers for Assam Direct Recruitment Grade-III Exam

1. প্রাচীন অসম পোন প্রথমে কি নামেৰে জনা গৈছিল?

 

 A) কামৰূপ

 B) শোণিতপুৰ

 C) তেজপুৰ

 D) প্ৰাগজ্যোতিষপুৰ

 

উত্তৰ: (D) প্ৰাগজ্যোতিষপুৰ

 

2. প্রাচীন অসমৰ প্ৰথমবংশহিচাপে কাক জনা যায়?

 

 A) আহোম বংশ

 B) বর্মন বংশ

 C) বড়ো বংশ

 D) ৰাভা বংশ

 

উত্তৰ: (B) বর্মন বংশ

 

3. প্রাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়?

 

 A) বড়োসকল

 B) ৰাভাসকল

 C) কোচ ৰাজবংশীসকল

 D) আহোমসকল

 

উত্তৰ: (D) আহোমসকল

 

4. প্রাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়?

 

 A) শিৱসাগৰ

 B) শোণিতপুৰ

 C) তেজপুৰ

 D) যোৰহাট

 

উত্তৰ: (A) শিৱসাগৰ

 

5. প্রাচীন অসমত জনপ্ৰিয় হৈ উঠা ঊষা-অনিৰুদ্ধৰ কাহিনী বর্তমান সময়ত অসমৰ কোনখন চহৰত ইয়াৰ কথা এতিয়াও প্রচলিত?

 

 A) যোৰহাট

 B) শিৱসাগৰ

 C) তেজপুৰ

 D) গুৱাহাটী

 

উত্তৰ: (C) তেজপুৰ

 

6. আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি?

 

 A) চুকাফা

 B) শিৱসিংহ

 C) নৰনাৰায়ণ

 D) ৰুদ্ৰসিংহ

 

উত্তৰ: (A) চুকাফা

 

7. আহোমসকলে প্ৰথম ৰাজধানী পাতিছিল?

 

 A) শিৱসাগৰ

 B) শোণিতপুৰ

 C) চৰাইদেউ

 D) গুৱাহাটী

 

উত্তৰ: (C) চৰাইদেউ

 

8. হেম সৰস্বতীয়ে কি গ্রন্থ ৰচনা কৰিছিল ?

 

 A) প্ৰহ্লাদ চৰিত

 B) ৰুক্মিণী হৰণ

 C) পাৰিজাত হৰণ

 D) ৰামবিজয়

উত্তৰ: (A) প্ৰহ্লাদ চৰিত

 

9. কোনজন পণ্ডিতে দুর্লভনাৰায়ণক এজন শ্রেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল ?

 

 A) হেম সৰস্বতী

 B) ৰত্ন সৰস্বতী

 C) শংকৰদেৱ

 D) মাধৱদেৱ

 

উত্তৰ: (B) ৰত্ন সৰস্বতী

 

10. প্রাচীন কামৰূপৰ ৰাজধানী আছিল?

 

 A) যোৰহাট

 B) শিৱসাগৰ

 C) তেজপুৰ

 D) উত্তৰ গুৱাহাটী

 

উত্তৰ: (D) উত্তৰ গুৱাহাটী

 

11. কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল?

 

 A) আৰিমত্ত

 B) নৰনাৰায়ণ

 C) দুর্লভনাৰায়ণ

 D) চুকাফা

 

উত্তৰ: (A) আমিত্ত ৰজাই

 

12. ‘জয়দ্রথ বধকাব্য কাৰ ৰচনা ?

 

 A) কবিত্ব সৰস্বতীৰ

 B) হেম সৰস্বতীৰ

 C) মাধৱদেৱৰ

 D) বিশ্বসিংহৰ

 

উত্তৰ: (A) কবিত্ব সৰস্বতীৰ

 

13. ‘সেনবংশৰ প্ৰতিষ্ঠাপক কোন?

 

 A) নৰনাৰায়ণ

 B) দুর্লভ নাৰায়ণ

 C) নীলধ্বজ

 D) চুকাফা

 

উত্তৰ: (C) নীলধ্বজ

 

14. বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়?

 

 A) চুকাফা

 B) নীলধ্বজ

 C) বিশ্বসিংহ

 D) আলাউদ্দিন হুছেইন শ্বাহ

 

উত্তৰ: (D) আলাউদ্দিন হুছেইন শ্বাহ

 

15. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

 

 A) নৰনাৰায়ণ

 B) নীলধ্বজ

 C) বিশ্বসিংহ

 D) চুকাফা

 

উত্তৰ: (C) বিশ্বসিংহ.

 

16. ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল?

 

 A) ১৫১৫-১৫৪০ খ্রীঃ

 B) ১৫৪০-১৫৮৭ খ্রীঃ

 C) ১৩২০-১৫৯৯ খ্রীঃ

 D) ১৬০০-১৬২০ খ্রীঃ

 

উত্তৰ: (B) ১৫৪০-১৫৮৭ খ্রীঃ

 

17. মহাৰাজ নৰনায়াৰণৰ আচল নাম কি আছিল?

 

 A) মল্লদেৱ

 B) দুর্লভ

 C) ভট্টদেৱ

 D) শুক্লধ্বজ

 

উত্তৰ: (A) মল্লদেৱ.

 

18. কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

 

 A) চক্ৰধ্বজ

 B) নৰনাৰায়ণ

 C) চিলাৰায়

 D) বিশ্বসিংহ

উত্তৰ: (B) নৰনাৰায়ণ.

 

19. কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে?

 

 A) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি

 B) কামাখ্যা মন্দিৰৰ বেৰত থকা তামৰ ফলি

 C) কামাখ্যা মন্দিৰৰ বেৰত থকা সোণৰ ফলি

 D) কামাখ্যা মন্দিৰৰ বেৰত থকা ৰূপৰ ফলি

 

উত্তৰ: (A) কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। 

 

20. কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

 

 A) নৰনাৰায়ণ

 B) বিশ্বসিংহ

 C) ৰঘুদেৱ

 D) চক্ৰধ্বজ

 

উত্তৰ: (C) ৰঘুদেৱ.

 

21. পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল?

 

 A) নৰনাৰায়ণ

 B) ৰঘুদেৱ

 C) চুকাফা

 D) বিশ্বসিংহ

 

উত্তৰ: (B) ৰঘুদেৱ

 

22. ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ?

 

 A) মাধৱ কন্দলি

 B) অনন্ত কন্দলি

 C) ৰঘুদেৱ

 D) হেম সৰস্বতী

 

উত্তৰ: (B) অনন্ত কন্দলি

 

23. নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল?

 

 A) ৰালফ্ ফিটছ

 B) লৰ্ড ৰিপন

 C) ভাইচৰয় লর্ড

 D) লর্ড কার্জন

উত্তৰ: (A) ৰালফ্ ফিটছ

 

24. পুৰুষোত্তম বিদ্যাবাগিশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি?

 

 A) ৰামায়ণ

 B) মহাভাৰত

 C) ৰত্নমালা ব্যাকৰণ

 D) প্ৰহ্লাদ চৰিত

 

উত্তৰ: (C) ৰত্নমালা ব্যাকৰণ

 

25. কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?

 

 A) ১৫৮০ খ্ৰীঃ

 B) ১৫৮১ খ্রীঃ

 C) ১৫৪০ খ্রীঃ

 D) ১৫৯০ খ্রীঃ

 

উত্তৰ: (B) ১৫৮১ খ্রীঃ

 

26. কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল?

 

 A) মংগোলীয়

 B) গাৰো

 C) আহোম

 D) কছাৰী

 

উত্তৰ: (A) মংগোলীয়

 

27. কছাৰীসকলৰ শেষ ৰজা কোন আছিল?

 

 A) দুৰ্লভনাৰায়ণ

 B) বিশ্বসিংহ

 C) গোবিন্দ চন্দ্ৰ

 D) নৰনাৰায়ণ

 

উত্তৰ: (C) গোবিন্দ চন্দ্ৰ

 

28. কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল?

 

 A) কামৰূপ

 B) শোণিতপুৰ

 C) ডিমাপুৰ

 D) গুৱাহাটী

 

উত্তৰ: (C) ডিমাপুৰ

 

29. বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

 

 A) মাধৱ কন্দলি

 B) শংকৰদেৱ

 C) মাধৱদেৱ

 D) অনন্ত কন্দলি

 

উত্তৰ: (A) মাধৱ কন্দলি

 

30. চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

 

 A) চন্দ্ৰধ্বজ

 B) নৰনাৰায়ণ

 C) গোবিন্দ চন্দ্ৰ

 D) বিচাৰ পতিকা

 

উত্তৰ: (D) বিচাৰ পতিকা

 

31. যশনাৰায়ণৰ আন এটা নাম কি আছিল?

 

 A) শক্তি

 B) নাশ

 C) শত্রু দমন

 D) ক্রিয়া

 

উত্তৰ: (C) শত্রু দমন

 

32. আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

 

 A) তাম্ৰধ্বজ নাৰায়ণ

 B) নৰনাৰায়ণ

 C) দুর্লভ

 D) চক্ৰধ্বজ

 

উত্তৰ: (A) তাম্ৰধ্বজ নাৰায়ণ

 

33. কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল?

 

 A) ১৫২০ চনত

 B) ১৫৭০ চনত

 C) ১৫২৩ চনত

 D) ১৫৪০ চনত

 

উত্তৰ: (C) ১৫২৩ চনত

 

34. চুতীয়াসকলৰ ৰাজধানী আছিল ?

 

 A) ধুবুৰী

 B) শোণিতপুৰ

 C) তেজপুৰ

 D) শদিয়া

 

উত্তৰ: (D) শদিয়া

 

35. কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়?

 

 A) নীতিপাল

 B) ধীৰনাৰায়ণ

 C) নৰনাৰায়ণ

 D) চুকাফা

 

উত্তৰ: (A) নীতিপাল

36. অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল?

 

 A) শংকৰদেৱ

 B) মাধৱদেৱ

 C) অনন্ত কন্দলি

 D) মাধৱ কন্দলি

 

উত্তৰ: (A) শংকৰদেৱ

 

37. প্রাচীন কামৰূপত হিন্দু ধৰ্মত দীক্ষা গ্ৰহণ কৰা ৰজা এজনৰ নাম লিখা?

 

 A) নৰনাৰায়ণ

 B) কুমাৰ ভাস্কৰ বৰ্মা

 C) বিশ্বসিংহ

 D) চক্ৰধ্বজ সিংহ

 

উত্তৰ: (B) কুমাৰ ভাস্কৰ বৰ্মা

 

38. আহোমসকল অসমলৈ অহাৰ আগতে বসবাস কৰি আছিল?

 

 A) অৰুণাচল প্রদেশ

 B) মাওলুং ৰাজ্যত

 C) ডিমাপুৰ

 D) গাৰো পাহাৰত

 

উত্তৰ: (B) মাওলুং ৰাজ্যত

 

39. ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল?

 

 A) অনন্ত কন্দলি

 B) মাধৱ কন্দলি

 C) কবীৰ

 D) মাধৱদেৱ

 

উত্তৰ: (C) কবীৰ

 

40. কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল?

 

 A) চুহুংমুং

 B) চুকাফা

 C) মিলামুদ্দিন

 D) নিজামুদ্দিন

 

উত্তৰ: (A) চুহুংমুং


Related:

 

41. শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল ?

 

 A) নৰনাৰায়ণ

 B) চুকাফা

 C) বিশ্বসিংহ

 D) চক্ৰধ্বজ সিংহ

 

উত্তৰ: (A) নৰনাৰায়ণ

 

42. নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?

 

 A) শিৱ

 B) কৃষ্ণ

 C) গণেশ

 D) বিশ্বকর্মা

 

উত্তৰ: (B) কৃষ্ণ

 

43. বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্র কি?

 

 A) কামৰূপ

 B) নামঘৰসমূহ

 C) দেৱালয়সমূহ

 D) সত্ৰসমূহ

 

উত্তৰ: (D) সত্ৰসমূহ

 

44. বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি?

 

 A) শৰাইঘাট দলং

 B) নৰনাৰায়ণ সেতু

 C) কলিয়াভোমোৰা দলং

 D) বুঢ়ীদিহিং

 

উত্তৰ: (C) কলিয়াভোমোৰা দলং

 

45. কিমান চনৰ পৰা কিমান চনলৈকে মানৰ দিন বুলি কোৱা হয় ?

 

 A) ১৮২৩ চনৰ পৰা ১৮২৮ চনলৈকে

 B) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে

 C) ১৮৪০ চনৰ পৰা ১৮৫৬ চনলৈকে

 D) ১৮৫৮ চনৰ পৰা ১৮৬৪ চনলৈকে

 

উত্তৰ: (B) ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে

 

46. অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল?

 

 A) ১৮২৫ চনত

 B) ১৮২০ চনত

 C) ১৮৪০ চনত

 D) ১৮২১ চনত

 

উত্তৰ: (D) ১৮২১ চনত

 

47. কিমান চনত ইণ্ডো-বার্মা যুদ্ধ সংঘটিত হৈছিল?

 A) ১৮২১১৮২৫ চনত

 B) ১৮২৪১৮২৬ চনত

 C) ১৮৩০১৮৩৬ চনত

 D) ১৮৩২১৮৩৬ চনত

 

উত্তৰ: (B) ১৮২৪১৮২৬ চনত

 

48. কিমান চনত লৰ্ড আমহাটে বংগদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল?

 

 A) ১৮৩০ খ্ৰীঃৰ ১২ মাৰ্চত

 B) ১৮৩৪ খ্ৰীঃৰ এপ্ৰিলত

 C) ১৮২৪ খ্ৰীঃৰ মাৰ্চত

 D) ১৮৩৯ খ্ৰীঃৰ এপ্ৰিলত

 

উত্তৰ: (C) ১৮২৪ খ্ৰীঃৰ মাৰ্চত

 

49. মহাবীৰৰ আন এটা নাম কি আছিল?

 

 A) তথাগত

 B) জিন

 C) বর্ধমান

 D) ওপৰৰ এটাও নহয়

 

উত্তৰ: (C) বর্ধমান

 

50. তৃতীয় বৌদ্ধ মেলা অনুষ্ঠিত হৈছিল?

 

 A) পাটলিপুত্র

 B) বিক্রমশীলা

 C) কেভলিন

 D) সাক্যমুনি

 

উত্তৰ: (A) পাটলিপুত্র