অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Aug 2022

Important Question Part-12 for Assam Direct Recruitment

Important Question Part-12 for Assam Direct Recruitment

1. কোনে "ইনক্লাব জিন্দাবাদ" শ্লোগান দিছিল?

Ans: ভগত সিং

 

2."মাৰো ফিৰংগী কো" শ্লোগান কোনে দিছিল?

Ans:  মঙ্গল পাণ্ডে

 

3. "তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম" শ্লোগান কোনে দিছিল?

Ans: নেতাজী সুভাষ চন্দ্ৰ বসু

 

4. "আৰাম হাৰাম হে" শ্লোগান কোনে দিছিল?

Ans: জৱাহৰলাল নেহৰু

 

5. "জয় জোৱান জয় কিষাণ" শ্লোগান কোনে দিছিল?

Ans: লাল বাহাদুৰ শাস্ত্ৰী

 

 

6.কোনে শ্লোগান দিছিল "চৰফৰোশী কি তামান্না, আব হামাৰে দিল মে হে; দেখনা হে জু' কিতনা বাজু--কাতিল মে হে"?

Ans:  ৰামপ্ৰসাদ বিছমিল

 

7. কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়?

Ans: সমুদ্ৰগুপ্ত


Related:


8. কোনজন সমাজ সংস্কাৰকে সতী প্ৰথা সমাপ্ত কৰিবলৈ আটাইতকৈ বেছি প্ৰয়াস কৰিছিল?

Ans:  ৰাজা ৰামমোহন ৰায়

  

9. কোনে 'ৰামকৃষ্ণ মিছন' প্ৰতিষ্ঠা কৰিছিল?

Ans:  স্বামী বিবেকানন্দ

 

10. মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে উদযাপন কৰা হয়?

Ans: 2 অক্টোবৰ

 

11. গান্ধীজীক কোনে মহাত্মা উপাধি দিছিল?

Ans:  ৰবীন্দ্ৰনাথ ঠাকুৰ

 

12. 'মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ' নামৰ কিতাপখনৰ লেখক কোন আছিল?

Ans: মহাত্মা গান্ধী

 

13.ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো?

Ans:  ভাৰত ৰত্ন

 

14. চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় বঁটা কোনটো?

Ans: দাদাচাহেব ফালকে বঁটা

 

15.ভাৰতৰ সৰ্বোচ্চ বীৰত্ব পদকৰ নাম কি?

Ans: পৰম বীৰ চক্ৰ

 

16. শ্বেকছপীয়েৰ অৱ ইণ্ডিয়া বুলি কাক জনা যায়?

Ans: কালিদাস

 

17. কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়?

Ans: চাৰ্লচ বেবেজ

 

18.মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল?

Ans: য়ুৰি গেগেৰিন (ৰাছিয়া)

 

19. চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি কোন?

Ans: নীল আৰ্মষ্ট্ৰং

 

20 মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন?

Ans: ৰাকেশ শৰ্মা

 

21. প্ৰথম ভাৰতীয় উপগ্ৰহৰ নাম কি আৰু ইয়াক কেতিয়া উৎক্ষেপণ কৰা হৈছিল?

Ans: আৰ্যভট্ট; ১৯৭৫

 

22. কিমান তাৰিখে আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয়?

Ans: মাৰ্চ