অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Aug 2022

Important Question Part 11 for Assam Direct Recruitment

Important Question Part 11 for Assam Direct Recruitment

1. মানৱ শৰীৰৰ কোনটো অংশত খাদ্যৰ সৰ্বাধিক শোষণ হয়?

Ans: ক্ষুদ্ৰ অন্ত্ৰ(small intestine)


2. মানৱ অধিকাৰ দিৱস কেতিয়া উদযাপন কৰা হয়?

Ans: ১০ ডিচেম্বৰ


3. লাগৰিদম তালিকা (logarithm table)কোনে উদ্ভাৱন কৰিছিল?

Ans: জন নেপিয়াৰ


4. কোনটো অঙ্গৰ ত্ৰুটিৰ ফলত জণ্ডিচ হয়?

Ans: লিভাৰ


5. কিমান বছৰৰ ব্যৱধানৰ পিছত অলিম্পিক গেমছ অনুষ্ঠিত হয়?

Ans: 4 বছৰ


6. ভাৰতৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰা কোনটো?

Ans: অমৃতসৰৰ সোণালী মন্দিৰ


7. কোন খন দেশত ৰাষ্ট্ৰসংঘৰ (UNO) মুখ্য কাৰ্যালয় অৱস্থিত?

Ans: আমেৰিকা যুক্তৰাষ্ট্ৰ (নিউয়ৰ্কত)


8. পানীৰ তলৰ চাবমেৰিনৰ পৰা পানীৰ পৃষ্ঠত বস্তুবোৰ নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো?

Ans: পেৰিস্কোপ


9. G-15 কাৰ অৰ্থনৈতিক গোট?

Ans: তৃতীয় বিশ্ব ৰাষ্ট্ৰ


10. শিশুৰ পিটুইটারি গ্ৰন্থিৰ অত্যাধিক নিঃসৰণ কিহৰ বাবে হয়?

Ans: বৰ্ধিত উচ্চতা


Related:


11. ব্যক্তিগতভাৱে দুটা নবেল বঁটা লাভ কৰা একমাত্ৰ ব্যক্তি কোন?

Ans: ডঃ লিনাছ কাৰ্ল পালিং

 

12. এণ্টি-এজিং(Anti-Aging) ঔষধ কোনটো?

Ans: চেষ্টেৰিন


13. কোনটো গ্ৰন্থি নাইকিয়া হোৱাৰ ফলত বৃদ্ধ বয়স হয়?

Ans: থাইমাছ গ্ৰন্থি


14. ৰাসায়নিক দৃষ্টিকোণৰ পৰা 'পানীৰ গিলাচ' কি?

Ans: ছডিয়াম চিলিকেট


15. পুষ্টিহীনতাত আটাইতকৈ বেছি অভাৱ কাৰ?

Ans:  প্ৰ'টিন


16. কোনে 'ব্লেক-হোল' তত্ত্বৰ প্ৰস্তাৱ দিছিল?

Ans: এছ চন্দ্ৰশেখৰ


17. কোবাল্ট-60- কি ৰশ্মি নিৰ্গত কৰে?

Ans: গামা ৰশ্মি


18. প্ৰটনৰ ভৰ ইলেক্ট্ৰনৰ ভৰৰ কিমান?

Ans: 1836 বাৰ


19. এজন মানুহে এদিনত কিমান প্ৰস্ৰাৱ নিষ্কাশন কৰিব পাৰে?

Ans: প্ৰায় 1.5 লিটাৰ


20. পোহৰৰ তৰংগ তত্ত্ব কোনে আগবঢ়াইছিল?

Ans: ছাৰ নিউটন

 

 21. সৌৰজগতত কিমানটা মুঠ গ্ৰহ আছে?

Ans: 


22. গ্ৰহগতিৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

Ans: কেপলাৰ


23. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ

Ans: বৃহস্পতি


24. কোন গ্ৰহত 'নিক্স অলিম্পিয়া কলিম্পাছ মাউণ্টেইন'

Ans: মঙ্গল গ্ৰহত


25. সূৰ্য কোনবোৰ গেছৰ এটা বল?

Ans: হাইড্ৰজেন /হিলিয়াম