অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

jobinassamDownload Our App: Click Here

 অসমত যোগ্যতা অনুসৰি চাকৰি 

19 Aug 2022

Important Notes Part 16 For Assam Direct Recruitment

Important Notes Part 16 For Assam Direct Recruitment

1. বিষুৱৰেখাত দুটা দ্ৰাঘিমাংশৰ মাজৰ দূৰত্ব প্ৰায় 111 কিমি


2. কোন খন দেশক হাজাৰ হ্ৰদৰ ভূমি বুলি কোৱা হয় ফিনলেণ্ড


3. আন্দামান আৰু নিকোবৰ কোনজলাশয়ৰ পৰা পৃথক হৈছে 10 ডিগ্ৰী চেনেল


4. যি হৈছে বিশ্বৰ সৰ্ববৃহৎ দ্বীপ গোট গ্ৰীণলেণ্ড


5. চুৱেজ খালে(The Suez Canal) লোহিত সাগৰ(the Red Sea) আৰু ভূমধ্য সাগৰক (Mediterranean Sea)সংযোগ কৰে


6. কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূলআছে গুজৰাট।


7. ভাৰতৰ হ্ৰদসমূহৰ চহৰ হৈছে উদয়পুৰ


8. ভাৰতত জনাজাত তিব্বতৰ মাজেৰে বৈ যোৱা চাংপো নদী কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ।


9. সিন্দু উপত্যকাৰ স্থান কালিবাঙ্গা ৰাজস্থানত অৱস্থিত


10 ' আংকোৰ ৱাট মন্দিৰ অৱস্থিত কম্বোডিয়া


11. ভাখৰা বান্ধ ভাৰতত নিৰ্মাণ কৰা হৈছে - সতলজ নদীত।


12. দক্ষিণৰ গংগাক - কাবেৰী বুলি জনা যায়


13. কোন নদীত পৃথিৱীৰ সৰ্ববৃহৎ নাগাৰ্জুন সাগৰ বান্ধ নিৰ্মাণ কৰা হৈছে কৃষ্ণা


14. গ্ৰেট বেৰিয়াৰ ৰিফ অৱস্থিত- প্ৰশান্ত মহাসাগৰত


15. পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ - গঙ্গা-ব্ৰহ্মপুত্ৰ বদ্বীপ


16. ভাৰতৰ কোনখন দেশৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে বাংলাদেশ।


17. কোনখন ৰাজ্যত বনৰ শতাংশ সৰ্বাধিক - মধ্য প্ৰদেশ


18. ফুলৰ উপত্যকা ' অৱস্থিত উত্তৰাখণ্ড


19. বন গৱেষণা প্ৰতিষ্ঠান ' অৱস্থিত ডেৰাডুন


20. অলকানন্দাৰ সঙ্গমৰ কেন্দ্ৰ: দেৱ প্ৰয়াগ


Related: