অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Jan 2023

Important Assam Related Question for Assam Health Dept. Recruitment

Important Assam Related Question for Assam Health Dept. Recruitment

1/ অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা

2/ অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল?

উত্তৰ:- বকটিয়াৰ খিলিজি

3/ বকটিয়াৰ খিলিজি কাৰ সামৰিক সেনাপতি আছিল ?

উত্তৰ:- কুটুবুদ্দিন ভাই

4/ কোন ৰজাৰ শাসন কালত কামৰূপত প্রথম মুছলমান সকলৰ আক্ৰমণ সংঘটিত হৈছিল?

উত্তৰ:- পিথু

5/ ইলটুতমিছৰ পুত্ৰ মহম্মদ ছাহ অসম আক্ৰমণ কৰাৰ সময়ত কামৰূপ ৰজা কোন আছিল?

উত্তৰ:- পিথু

6/ মহম্মদ বিন বখতিয়াৰে কোন ঠাইলৈ যোৱাৰ পথত কামৰূপত আক্ৰমণ কৰে?

উত্তৰ:- তিব্বত

7/ মহম্মদ বিন বখতিয়াৰ খিলজি আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল?

উত্তৰ:- আলি মেচ

8/ আহোম ৰাজ্য প্ৰতিস্থাপক কোন আছিল?

উত্তৰ:- চুকাফা

9/ আহোমসকল কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- মাওলুং ৰাজ্য পৰা

10/ কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল?

উত্তৰ:- 1215 CE

11/ আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল?

উত্তৰ:- পাটকাই পৰ্বত

12/ কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল?

উত্তৰ:- 1228 খ্ৰীষ্টাব্দ

13/ কোন জন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল?

উত্তৰ:-চুকাফা

14/ বুৰঞ্জী সমূহ প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল?

উত্তৰ:- আহোম

15/ আহোম সকলৰ বুৰঞ্জী বোৰ কিহৰ বাকলিত লিখা হৈছিল?

উত্তৰ:- সাঁচি গছৰ বাকলিত

16/ আহোম সকলে তেওঁলোক কাৰ বংশধৰ বুলি বিশ্বাস কৰে?

উত্তৰ:- ইন্দ্ৰ

 

17/ কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মান কৰিছিল?

উত্তৰ:- 1253

18/ যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰানৰ ৰজা কোন আছিল?

উত্তৰ:- বদৌছা

19/ বুঢ়াগোহাঁই আৰু বৰগোঁহাই পদবী কোনজন ৰজাই সৃষ্টি কৰিছিল?

উত্তৰ:- চুকাফাই

20/ কোন চনত চুকাফাৰ মৃত্যু হৈছিল?

উত্তৰ:- 1268 খ্ৰীষ্টাব্দ

21/ চুকাফাই কেইবছৰ ৰাজত্ব কৰিছিল?

উত্তৰ:- 36 বছৰ

22/ আহোমসকলৰ মুঠ কেইজন ৰজা আছিল

উত্তৰ:-40 জনআহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল?

23/ আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল?

উত্তৰ:- 598 (প্রায় 600 বছৰ)

24/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?

উত্তৰ: 1843

25/ ‘ভগনীয়া ৰজাকোন?

উত্তৰ: জয়ধ্বজ সিংহ

26/ জলকোঁৱৰ কোন?

উত্তৰ : এলভিচ আলি হাজৰিকা

27/ ভাস্কৰবৰ্মন ভীষ্মৰ সৈতে তুলনা কৰা কিতাপ খনৰ নাম কি ?

উত্তৰ:- হর্ষচৰিত

28/ নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল, যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীর্থ যাত্রী হিউয়েন চাং কামৰূপ ভ্ৰমণ কৰিছিল?

উত্তৰ:- শীলভদ্র

29/ হিউয়েন চাঙে ভাস্কৰবৰ্মন পৰা লাভ কৰা একমাত্ৰ উপহাৰ টো কি আছিল ?

উত্তৰ:- এটা টুপী

30/ হিউয়েন চাং মতে কামৰূপৰ পৰিধি কিমান আছিল ?

উত্তৰ:- 1700 মাইল ( 2720 km )

31/ হিউৱেন চাং মতে পুৰণি কামৰূপৰ মানুহে কি খেতি কৰিছিল?

উত্তৰ:- কঁঠাল আৰু নাৰিকল

32/ হিউৱেন চাং মতে জাতি অনুসৰি ভাস্কৰবৰ্মন আছিল এজন

উত্তৰ:- ব্ৰাহ্মণ

33/ কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে হিউৱেন চাঙে কোন খন নদী পাৰ হৈছিল ?

উত্তৰ:- কৰতোৱা নদী

34/ নালন্দা বিশ্ববিদ্যালয়ত কামৰূপ মোহৰ এৰি যোৱা কামৰূপ শাসকজন কোন আছিল ?

উত্তৰ:- ভাস্কৰবৰ্মন

35/ লি য়ি পিয়াও কাৰ শাসনকালত কামৰূপ ভ্রমণ কৰিছিল?

উত্তৰ:- ভাস্কৰবৰ্মন

36/ ভাস্কৰবৰ্মন কাৰ উপাসক আছিল ?

উত্তৰ:-শিৱ

37/ ভাস্কৰবৰ্মনৰ শাসনকালত কামৰূপৰ মূখ্য উদ্যোগ কি আছিল?

উত্তৰ:- নাওঁ সজা

38/ ভাস্কৰবৰ্মন শাসন কালত ৰাজ্যৰ ৰাজকীয় কোষাগাৰৰ দায়িত্বত আছিল ?

উত্তৰঃ- ভণ্ডৰাগড় অধিকাৰ

39/ অসমত তেল শোধনাগাৰ কত কত আছে ?

উত্তৰ:- ডিগবৈ নুনমাটি, বঙাইগাঁও, নুমলীগড়

40/ অসমৰ সৰ্বাধিক ৰেচম উৎপানকাৰী জিলা খন হল

উত্তৰ:- ধেমাজি

41/ গিবন অভয়াৰণ্য অসমৰ কোন খন জিলাত আছে ?

উত্তৰ:- যোৰহাট

42/ ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে ?

উত্তৰ:- বঙাইগাঁও আৰু গোৱালপাৰা

43/ গুৱাহাটীৰ চাহ নীলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰ:- 1970

44/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনতবিশ্ব ঐতিহ্য স্থানহিচাপে ঘোষণা কৰা হয়?

উত্তৰ:- 1985

45/ কোনধি গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়?

উত্তৰ:- হোলোং

46/ কার্বিলাংপি জলবিদ্যুৎ প্রকল্প টো কোনখন জিলাত অৱস্থিত ?

উত্তৰ:- কাৰ্বিআংলং

47/ উত্তৰ- পূব পৰিষদৰ মূখ্য কাৰ্যালয় কত অৱস্থিত ?

উত্তৰ: শিলং

48/ অসমৰ ডাঙৰ জিলা খনৰ নাম কি ?

উত্তৰ:- কাৰ্বি আংলং

49/ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি

উত্তৰ:- নগাঁও

50/ 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান ?

উত্তৰ:- 72.19%

51/ কোচ ৰাজ্য মুদ্ৰাক কি বুলি জনা গৈছিল?

উত্তৰ:- নাৰায়নী

52/ কোচ সকলৰ মুদ্ৰাৰ আকৃতি কেনেধৰণৰ আছিল?

উত্তৰ:- ঘূৰণীয়া

53/ আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? উত্তৰ:- আঠকোণীয়া

54/ কোনজন কোচ ৰজাই শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰ:- নৰনাৰায়ণ

55/ কাৰ তত্বাৱধানত অসমীয়া শিপিনী সকলে বৃন্দাৱনী বস্ত্ৰ বৈছিল?

উত্তৰ:- শংকৰদেৱৰ

56/ শংকৰদেৱৰ আজো ককাৰ নাম কি আছিল?

উত্তৰ:- চণ্ডীবৰ

57/ শংকৰদেৱ কেতিয়া অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰ:- 16 শতিকাত

58/ মাধৱদেৱে কেতিয়া জন্মগ্ৰহণ কৰিছিল?

উত্তৰ:- 1489

59/ মাধৱদেৱৰ গুৰু কোন আছিল?

উত্তৰ:- ৰাজেন্দ্ৰ অধ্যাপক

60/ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- অনিৰুদ্ধদের

61/ চৈয়দ শাহ মিলান কি নামেৰে অসমত জনপ্রিয়?

উত্তৰ:- আজান ফকীৰ

62/ নৰনাৰায়ণৰ ৰাজত্বকালত কাক সেনাৰ সেনাধ্যক্ষ / সেনাপতি হিচাপে নিযুক্তি দিয়া হৈছিল?

উত্তৰ:- চিলাৰায়

63/ কোন চনত নৰনাৰায়নে আহোম ৰাজ্য আক্ৰমণ কৰি কোচ তলতীয়া কৰিছিল?

উত্তৰ: 1562

64/ নৰনাৰায়ণৰ ৰাজত্বৰ পিছত কোচৰাজ্য দ্বিখণ্ডিত হৈছিল, সেই ভাগ দুটা কি কি ?

উত্তৰ:- কোচবিহাৰ আৰু কোচহাজো

65/বকুল কায়স্থ কোন আছিল?

উত্তৰ:- কামৰূপৰ এজন গণিতজ্ঞ

66/ বকুল কায়স্থ লিখা দুখন গ্ৰন্থ কি কি ?

উত্তৰ:- কিতাৰত মঞ্জুৰী আৰু লীলাৱতী

67/ গীতাগোবিন্দ আৰু বৰ্ধকাব্যৰ ৰচক কোন ?

উত্তৰ:- ৰামস্বৰস্বতী

68/ কাৰ অনুৰোধ মৰ্মে সংস্কৃত মহাভাৰতৰ শ্লোক ৰামস্বৰস্বতী অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ:- চিলাৰায়

69/ কামৰূপৰবিক্রমাদিত্যবুলি কাক জনা গৈছিল ?

উত্তৰ:- নৰনাৰায়ণ

70/ 1585 চনত নৰনাৰায়ণৰ ৰাজত্ব কালত কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ ভ্ৰমণকাৰী জনৰ নাম কি?

উত্তৰ:- ৰালফ ফিটচ

71/ নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ: 1587

72/ কোনজন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদের নিজকে স্বাধীন বুলি কৈছিল?

উত্তৰ:- নৰনাৰায়ণ (ৰঘুদেৱ চিলাৰায় পুতেক আছিল )

73/ অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্রী কোন?

উত্তৰ : আনোৱাৰা তাইমুৰ

74/ স্বাধীনতাৰ আগত অসমৰ প্ৰথম ৰাজ্যপাল কোন
আছিল ?

উত্তৰ : Nicholes Dodd

75/ অসমৰ প্ৰথমজন প্রশাসনিক বিষয়া কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা

76/ অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন ?

উত্তৰ : Berry White Medical School (বৰ্তমানৰ AMC মেডিকেল কলেজ, ডিব্ৰুগড় )

77/ এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম গৰাকী কোন ?

উত্তৰ: ভোগেশ্বৰ বৰুৱা

78/ প্ৰথম গৰাকী অসমীয়া ৰাষ্ট্ৰপতি কোন ?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ

79/ প্ৰথম অসমীয়া বোলছবি কি আছিল ?

উত্তৰ: জয়মতী

80/ স্বাধীনতাৰ পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ: ছাৰ আকবৰ হাইদৰী

81/ ফকৰুদ্দিন আলি আহমেদ আমাৰ ভাৰতৰ কিমানত্বম ৰাষ্ট্ৰপতি আছিল?

উত্তৰ: পঞ্চম

82/ প্ৰথম অসমীয়া ৰঙীন বোলছবি খনৰ নাম কি ?

উত্তৰ : ভাইটি

83/ প্রথম গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ

84/ প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী?

উত্তৰ : ° বাণীকান্ত কাকতি

85/ অসমৰ প্ৰথম পদ্মভূষণ বঁটা বিজয়ী কোন ?

উত্তৰ : প্ৰাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহা

86/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্র আছে ?

উত্তৰ: গুৱাহাটী

87/ শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?

উত্তৰ: 1671

89/ ‘ অৰুণোদয়সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ: 1846

90/ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

উত্তৰ: 7 নং ৰাষ্ট্ৰীয় ঘাইপথ

91/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?

উত্তৰ: নলিনীবালা দেৱী

92/ ‘ নৰনাৰায়ণ সেতুৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে ?

উত্তৰ: পঞ্চৰত্ন

93/ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?

উত্তৰ: ৰাষ্ট্ৰপতি

94/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?

উত্তৰ: 1843

95/ ‘ভগনীয়া ৰজাকোন?

উত্তৰ: জয়ধ্বজ সিংহ

96/ জলকোঁৱৰ কোন?

উত্তৰ : এলভিচ আলি হাজৰিকা

97/ অসমৰ প্ৰথম চাহ খেতিয়ক জন কোন ?

উত্তৰ: মণিৰাম দেৱান

98/ অসম উপত্যকা সাহিত্য বঁটা পোৱা ব্যক্তিগৰাকী কোন ?

উত্তৰ: ° ভবেন্দ্ৰনাথ ইকীয়া

99/ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন ?

উত্তৰ : গোপীনাথ বৰদলৈ

100/ প্ৰথম অসমীয়া মহিলা আই.. এছ কোন?

উত্তৰ : শ্ৰীমতী পাৰুল দাস

101/ বিশ্ব পৰ্য্যটন দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ: 27 ছেপ্তেম্বৰ

102/ ICC মুখ্য কাৰ্যালয় অৱস্থিত?

উত্তৰ: ডুবাই

103/ অৰ্জুন বঁটা প্ৰথম কোন চনত প্ৰদান কৰা হয়?

উত্তৰ: 1961

104/ ভাৰতৰ দ্বিতীয় মহাকাশচাৰী কোন?

উত্তৰ: কল্পনা চাওলা

105/ fifa বিশ্বকাপ সৰ্বাধিক কোন দেশে জিকিছে?

উত্তৰ: ব্ৰাজিল

106/ ‘এখুদ ককাইদেউকোন?

উত্তৰ: নবকান্ত বৰুৱা

107/ জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সত ৰচনা কৰা নাটক খন কি,

উত্তৰ: শোণিতকোঁৱৰী

108/ তেলেংগানাক কোন চনত ভাৰতৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়?

উত্তৰ: 2014

109/ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?

উত্তৰ: গ্ৰীণলেণ্ড

110/ কোন চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হয়?

উত্তৰ: 1945 চনৰ 24 অক্টোবৰ

111/ গুজৰাটী ভাষাত গান্ধী মানে কি?

উত্তৰ: ব্যৱসায়ী

112/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লিখি শেষ নোহোৱা নাটক খন কি?

উত্তৰ: আমাৰ গাঁও

113/ মধ্যপ্ৰদেশৰ ৰাজধানী কি?

উত্তৰ: ভূপাল

114/ world test championship 2021 বিজয়ী কোন?

উত্তৰ: নিউজিলেণ্ড

115/ ৰামায়ণৰ ৰচক বাল্মীকিৰ অন্য নাম কি?

উত্তৰ: আদিকবি

116/ আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটিতউৎকলবুলি কোন ঠাইক বুজাইছে?

উত্তৰ: উৰিষ্যা

117/ সত্যাগ্ৰহ আন্দোলন পৰা আৰম্ভ হৈছিল?

উত্তৰ: বিহাৰৰ চম্পাৰন জিলা

118/ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি?

উত্তৰ: ভাৰত ৰত্ন

119/ এছিয়াৰ আটাইতকৈ ডাঙৰ দেশখন কি?

উত্তৰ: চীন

120/ অংশুমান শব্দৰ অৰ্থ কি?

উত্তৰ: সূৰ্য্য

121/ জয়মতী বোলছবি কোন চনত মুক্তি পায়?

উত্তৰ: 1935

122/ সমগ্ৰ ভাৰতবৰ্ষতে কোন চনৰ পৰা EVM ব্যৱহাৰ কৰা হয়?

উত্তৰ: 2004

123/ বগা হাতীৰ দেশ বুলি কাক কোৱা হয়?

উত্তৰ: থাইলেণ্ড

124/ ৱাংখেড়ে ষ্টেডিয়াম অৱস্থিত?

উত্তৰ: মুম্বাই

125/ চাণক্যৰ প্ৰকৃত নাম কি?

উত্তৰ: বিষ্ণু গুপ্ত

126/ প্রথম খন অসমীয়া কৃষি আলোচনী কি?

উত্তৰ:- আসাম কৃষক (ASAM KRISHOK)

127/ প্রথম অসমীয়া চুটি গল্পটো কি?

উত্তৰ:- কন্যা

128/ প্রথম অসমীয়া গল্প সংকলনটো কি?

উত্তৰ:- সুৰভি

129/ কেতিয়া অসমীয়া চুটি গল্প সংকলনসুৰভিপ্ৰকাশ হৈছিল?

উত্তৰ:- ১৯০৯ চনত

130/ প্ৰথম অসমীয়া চুটি গল্প সংকলনসুৰভি লেখক কোন আছিল?

উত্তৰ:-লক্ষ্মীনাথ বেজবৰুৱা

131/ “সাধুকথাৰ কুকিকোনে লিখিছিল ?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা

132/ শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট শীর্ষক শিশুৰ কিতাপখন কোনে ৰচনা কৰিছিল ?

উত্তৰ:- ভবেন্দ্ৰ নাথ ইকীয়া

133/ . অৰূপা কলিতা পটংগিয়াই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছে ?

উত্তৰ:- 2016 চনত

134/ কোন বছৰত ভূপেন হাজৰিকা সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল ?

উত্তৰ:- ১৯৯৩ চনত

135/ প্ৰথম অসমীয়া ভাষাৰ আলোচনী আৰুনোদই কৰ পৰা প্ৰকাশ হৈছিল ?

উত্তৰ:- শিৱসাগৰ

136/ কোন বছৰত প্ৰথম খন অসমীয়া উপন্যাস মিৰি জিয়ৰী প্ৰকাশিত হৈছিল ?

উত্তৰ:- ১৮৯৪ চনত

137/ যতীন্দ্ৰ নাথ দুৱাৰাক কি নামেৰে জনা গৈছিল?

উত্তৰ:- বন ফুলৰ কবি

138/ লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাইৰসৰাজউপাধিৰে সন্মানিত কৰে ?

উত্তৰ:- ১৯৩১ চনত

139/ “হালধিয়া চৰায়ে বাওঁধন খাইউপন্যাসখন কোনে লিখিছিল?

উত্তৰ:- হোমেন বৰগোহাঁই

140/ শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ:- ব্ৰজাৱলি

141/ বৰগীত বিলাক হিন্দী ভাষালৈ কোনে অনুবাদ কৰে ?

উত্তৰ:- দেৱী প্ৰসাদ বগৰোদিয়া

142/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্র আছে ?

উত্তৰ: গুৱাহাটী

143/ শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?

উত্তৰ: 1671

144/ ‘ অৰুণোদয়সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ: 1846

145/ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

উত্তৰ: 7 নং ৰাষ্ট্ৰীয় ঘাইপথ

146/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?

উত্তৰ: নলিনীবালা দেৱী

147/ ‘ নৰনাৰায়ণ সেতুৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে ?

উত্তৰ: পঞ্চৰত্ন

148/ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?

উত্তৰ: ৰাষ্ট্ৰপতি

149/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?

উত্তৰ: 1843

150/ ‘ভগনীয়া ৰজাকোন?

উত্তৰ: জয়ধ্বজ সিংহ

151/ জলকোঁৱৰ কোন?

উত্তৰ : এলভিচ আলি হাজৰিকা