অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

jobinassamDownload Our App: Click Here

 অসমত যোগ্যতা অনুসৰি চাকৰি 

27 Aug 2022

Important Assam Related Question for Assam Direct Recruitment

Important Assam Related Question for Assam Direct Recruitment

1/ অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা

2/ অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল?

উত্তৰ:- বকটিয়াৰ খিলিজি

3/ বকটিয়াৰ খিলিজি কাৰ সামৰিক সেনাপতি আছিল ?

উত্তৰ:- কুটুবুদ্দিন ভাই

4/ কোন ৰজাৰ শাসন কালত কামৰূপত প্রথম মুছলমান সকলৰ আক্ৰমণ সংঘটিত হৈছিল?

উত্তৰ:- পিথু

5/ ইলটুতমিছৰ পুত্ৰ মহম্মদ ছাহ অসম আক্ৰমণ কৰাৰ সময়ত কামৰূপ ৰজা কোন আছিল?

উত্তৰ:- পিথু

6/ মহম্মদ বিন বখতিয়াৰে কোন ঠাইলৈ যোৱাৰ পথত কামৰূপত আক্ৰমণ কৰে?

উত্তৰ:- তিব্বত

7/ মহম্মদ বিন বখতিয়াৰ খিলজি আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল?

উত্তৰ:- আলি মেচ

8/ আহোম ৰাজ্য প্ৰতিস্থাপক কোন আছিল?

উত্তৰ:- চুকাফা

9/ আহোমসকল কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- মাওলুং ৰাজ্য পৰা

10/ কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল?

উত্তৰ:- 1215 CE

11/ আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল?

উত্তৰ:- পাটকাই পৰ্বত

12/ কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল?

উত্তৰ:- 1228 খ্ৰীষ্টাব্দ

13/ কোন জন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল?

উত্তৰ:-চুকাফা

14/ বুৰঞ্জী সমূহ প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল?

উত্তৰ:- আহোম

15/ আহোম সকলৰ বুৰঞ্জী বোৰ কিহৰ বাকলিত লিখা হৈছিল?

উত্তৰ:- সাঁচি গছৰ বাকলিত

16/ আহোম সকলে তেওঁলোক কাৰ বংশধৰ বুলি বিশ্বাস কৰে?

উত্তৰ:- ইন্দ্ৰ

 

17/ কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মান কৰিছিল?

উত্তৰ:- 1253

18/ যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰানৰ ৰজা কোন আছিল?

উত্তৰ:- বদৌছা

19/ বুঢ়াগোহাঁই আৰু বৰগোঁহাই পদবী কোনজন ৰজাই সৃষ্টি কৰিছিল?

উত্তৰ:- চুকাফাই

20/ কোন চনত চুকাফাৰ মৃত্যু হৈছিল?

উত্তৰ:- 1268 খ্ৰীষ্টাব্দ

21/ চুকাফাই কেইবছৰ ৰাজত্ব কৰিছিল?

উত্তৰ:- 36 বছৰ

22/ আহোমসকলৰ মুঠ কেইজন ৰজা আছিল

উত্তৰ:-40 জনআহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল?

23/ আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল?

উত্তৰ:- 598 (প্রায় 600 বছৰ)

24/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?

উত্তৰ: 1843

25/ ‘ভগনীয়া ৰজাকোন?

উত্তৰ: জয়ধ্বজ সিংহ

26/ জলকোঁৱৰ কোন?

উত্তৰ : এলভিচ আলি হাজৰিকা

27/ ভাস্কৰবৰ্মন ভীষ্মৰ সৈতে তুলনা কৰা কিতাপ খনৰ নাম কি ?

উত্তৰ:- হর্ষচৰিত

28/ নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল, যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীর্থ যাত্রী হিউয়েন চাং কামৰূপ ভ্ৰমণ কৰিছিল?

উত্তৰ:- শীলভদ্র

29/ হিউয়েন চাঙে ভাস্কৰবৰ্মন পৰা লাভ কৰা একমাত্ৰ উপহাৰ টো কি আছিল ?

উত্তৰ:- এটা টুপী

30/ হিউয়েন চাং মতে কামৰূপৰ পৰিধি কিমান আছিল ?

উত্তৰ:- 1700 মাইল ( 2720 km )

31/ হিউৱেন চাং মতে পুৰণি কামৰূপৰ মানুহে কি খেতি কৰিছিল?

উত্তৰ:- কঁঠাল আৰু নাৰিকল

32/ হিউৱেন চাং মতে জাতি অনুসৰি ভাস্কৰবৰ্মন আছিল এজন

উত্তৰ:- ব্ৰাহ্মণ

33/ কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে হিউৱেন চাঙে কোন খন নদী পাৰ হৈছিল ?

উত্তৰ:- কৰতোৱা নদী

34/ নালন্দা বিশ্ববিদ্যালয়ত কামৰূপ মোহৰ এৰি যোৱা কামৰূপ শাসকজন কোন আছিল ?

উত্তৰ:- ভাস্কৰবৰ্মন

35/ লি য়ি পিয়াও কাৰ শাসনকালত কামৰূপ ভ্রমণ কৰিছিল?

উত্তৰ:- ভাস্কৰবৰ্মন

36/ ভাস্কৰবৰ্মন কাৰ উপাসক আছিল ?

উত্তৰ:-শিৱ

37/ ভাস্কৰবৰ্মনৰ শাসনকালত কামৰূপৰ মূখ্য উদ্যোগ কি আছিল?

উত্তৰ:- নাওঁ সজা

38/ ভাস্কৰবৰ্মন শাসন কালত ৰাজ্যৰ ৰাজকীয় কোষাগাৰৰ দায়িত্বত আছিল ?

উত্তৰঃ- ভণ্ডৰাগড় অধিকাৰ

39/ অসমত তেল শোধনাগাৰ কত কত আছে ?

উত্তৰ:- ডিগবৈ নুনমাটি, বঙাইগাঁও, নুমলীগড়

40/ অসমৰ সৰ্বাধিক ৰেচম উৎপানকাৰী জিলা খন হল

উত্তৰ:- ধেমাজি

41/ গিবন অভয়াৰণ্য অসমৰ কোন খন জিলাত আছে ?

উত্তৰ:- যোৰহাট

42/ ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে ?

উত্তৰ:- বঙাইগাঁও আৰু গোৱালপাৰা

43/ গুৱাহাটীৰ চাহ নীলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰ:- 1970

44/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনতবিশ্ব ঐতিহ্য স্থানহিচাপে ঘোষণা কৰা হয়?

উত্তৰ:- 1985

45/ কোনধি গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়?

উত্তৰ:- হোলোং

46/ কার্বিলাংপি জলবিদ্যুৎ প্রকল্প টো কোনখন জিলাত অৱস্থিত ?

উত্তৰ:- কাৰ্বিআংলং

47/ উত্তৰ- পূব পৰিষদৰ মূখ্য কাৰ্যালয় কত অৱস্থিত ?

উত্তৰ: শিলং

48/ অসমৰ ডাঙৰ জিলা খনৰ নাম কি ?

উত্তৰ:- কাৰ্বি আংলং

49/ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি

উত্তৰ:- নগাঁও

50/ 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান ?

উত্তৰ:- 72.19%

51/ কোচ ৰাজ্য মুদ্ৰাক কি বুলি জনা গৈছিল?

উত্তৰ:- নাৰায়নী

52/ কোচ সকলৰ মুদ্ৰাৰ আকৃতি কেনেধৰণৰ আছিল?

উত্তৰ:- ঘূৰণীয়া

53/ আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? উত্তৰ:- আঠকোণীয়া

54/ কোনজন কোচ ৰজাই শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰ:- নৰনাৰায়ণ

55/ কাৰ তত্বাৱধানত অসমীয়া শিপিনী সকলে বৃন্দাৱনী বস্ত্ৰ বৈছিল?

উত্তৰ:- শংকৰদেৱৰ

56/ শংকৰদেৱৰ আজো ককাৰ নাম কি আছিল?

উত্তৰ:- চণ্ডীবৰ

57/ শংকৰদেৱ কেতিয়া অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল?

উত্তৰ:- 16 শতিকাত

58/ মাধৱদেৱে কেতিয়া জন্মগ্ৰহণ কৰিছিল?

উত্তৰ:- 1489

59/ মাধৱদেৱৰ গুৰু কোন আছিল?

উত্তৰ:- ৰাজেন্দ্ৰ অধ্যাপক

60/ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- অনিৰুদ্ধদের

61/ চৈয়দ শাহ মিলান কি নামেৰে অসমত জনপ্রিয়?

উত্তৰ:- আজান ফকীৰ

62/ নৰনাৰায়ণৰ ৰাজত্বকালত কাক সেনাৰ সেনাধ্যক্ষ / সেনাপতি হিচাপে নিযুক্তি দিয়া হৈছিল?

উত্তৰ:- চিলাৰায়

63/ কোন চনত নৰনাৰায়নে আহোম ৰাজ্য আক্ৰমণ কৰি কোচ তলতীয়া কৰিছিল?

উত্তৰ: 1562

64/ নৰনাৰায়ণৰ ৰাজত্বৰ পিছত কোচৰাজ্য দ্বিখণ্ডিত হৈছিল, সেই ভাগ দুটা কি কি ?

উত্তৰ:- কোচবিহাৰ আৰু কোচহাজো

65/বকুল কায়স্থ কোন আছিল?

উত্তৰ:- কামৰূপৰ এজন গণিতজ্ঞ

66/ বকুল কায়স্থ লিখা দুখন গ্ৰন্থ কি কি ?

উত্তৰ:- কিতাৰত মঞ্জুৰী আৰু লীলাৱতী

67/ গীতাগোবিন্দ আৰু বৰ্ধকাব্যৰ ৰচক কোন ?

উত্তৰ:- ৰামস্বৰস্বতী

68/ কাৰ অনুৰোধ মৰ্মে সংস্কৃত মহাভাৰতৰ শ্লোক ৰামস্বৰস্বতী অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ:- চিলাৰায়

69/ কামৰূপৰবিক্রমাদিত্যবুলি কাক জনা গৈছিল ?

উত্তৰ:- নৰনাৰায়ণ

70/ 1585 চনত নৰনাৰায়ণৰ ৰাজত্ব কালত কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ ভ্ৰমণকাৰী জনৰ নাম কি?

উত্তৰ:- ৰালফ ফিটচ

71/ নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ: 1587

72/ কোনজন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদের নিজকে স্বাধীন বুলি কৈছিল?

উত্তৰ:- নৰনাৰায়ণ (ৰঘুদেৱ চিলাৰায় পুতেক আছিল )

73/ অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্রী কোন?

উত্তৰ : আনোৱাৰা তাইমুৰ

74/ স্বাধীনতাৰ আগত অসমৰ প্ৰথম ৰাজ্যপাল কোন
আছিল ?

উত্তৰ : Nicholes Dodd

75/ অসমৰ প্ৰথমজন প্রশাসনিক বিষয়া কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা

76/ অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন ?

উত্তৰ : Berry White Medical School (বৰ্তমানৰ AMC মেডিকেল কলেজ, ডিব্ৰুগড় )

77/ এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম গৰাকী কোন ?

উত্তৰ: ভোগেশ্বৰ বৰুৱা

78/ প্ৰথম গৰাকী অসমীয়া ৰাষ্ট্ৰপতি কোন ?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ

79/ প্ৰথম অসমীয়া বোলছবি কি আছিল ?

উত্তৰ: জয়মতী

80/ স্বাধীনতাৰ পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ: ছাৰ আকবৰ হাইদৰী

81/ ফকৰুদ্দিন আলি আহমেদ আমাৰ ভাৰতৰ কিমানত্বম ৰাষ্ট্ৰপতি আছিল?

উত্তৰ: পঞ্চম

82/ প্ৰথম অসমীয়া ৰঙীন বোলছবি খনৰ নাম কি ?

উত্তৰ : ভাইটি

83/ প্রথম গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ

84/ প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী?

উত্তৰ : ° বাণীকান্ত কাকতি

85/ অসমৰ প্ৰথম পদ্মভূষণ বঁটা বিজয়ী কোন ?

উত্তৰ : প্ৰাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহা

86/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্র আছে ?

উত্তৰ: গুৱাহাটী

87/ শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?

উত্তৰ: 1671

89/ ‘ অৰুণোদয়সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ: 1846

90/ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

উত্তৰ: 7 নং ৰাষ্ট্ৰীয় ঘাইপথ

91/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?

উত্তৰ: নলিনীবালা দেৱী

92/ ‘ নৰনাৰায়ণ সেতুৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে ?

উত্তৰ: পঞ্চৰত্ন

93/ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?

উত্তৰ: ৰাষ্ট্ৰপতি

94/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?

উত্তৰ: 1843

95/ ‘ভগনীয়া ৰজাকোন?

উত্তৰ: জয়ধ্বজ সিংহ

96/ জলকোঁৱৰ কোন?

উত্তৰ : এলভিচ আলি হাজৰিকা

97/ অসমৰ প্ৰথম চাহ খেতিয়ক জন কোন ?

উত্তৰ: মণিৰাম দেৱান

98/ অসম উপত্যকা সাহিত্য বঁটা পোৱা ব্যক্তিগৰাকী কোন ?

উত্তৰ: ° ভবেন্দ্ৰনাথ ইকীয়া

99/ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন ?

উত্তৰ : গোপীনাথ বৰদলৈ

100/ প্ৰথম অসমীয়া মহিলা আই.. এছ কোন?

উত্তৰ : শ্ৰীমতী পাৰুল দাস

101/ বিশ্ব পৰ্য্যটন দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ: 27 ছেপ্তেম্বৰ

102/ ICC মুখ্য কাৰ্যালয় অৱস্থিত?

উত্তৰ: ডুবাই

103/ অৰ্জুন বঁটা প্ৰথম কোন চনত প্ৰদান কৰা হয়?

উত্তৰ: 1961

104/ ভাৰতৰ দ্বিতীয় মহাকাশচাৰী কোন?

উত্তৰ: কল্পনা চাওলা

105/ fifa বিশ্বকাপ সৰ্বাধিক কোন দেশে জিকিছে?

উত্তৰ: ব্ৰাজিল

106/ ‘এখুদ ককাইদেউকোন?

উত্তৰ: নবকান্ত বৰুৱা

107/ জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সত ৰচনা কৰা নাটক খন কি,

উত্তৰ: শোণিতকোঁৱৰী

108/ তেলেংগানাক কোন চনত ভাৰতৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়?

উত্তৰ: 2014

109/ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?

উত্তৰ: গ্ৰীণলেণ্ড

110/ কোন চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হয়?

উত্তৰ: 1945 চনৰ 24 অক্টোবৰ

111/ গুজৰাটী ভাষাত গান্ধী মানে কি?

উত্তৰ: ব্যৱসায়ী

112/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লিখি শেষ নোহোৱা নাটক খন কি?

উত্তৰ: আমাৰ গাঁও

113/ মধ্যপ্ৰদেশৰ ৰাজধানী কি?

উত্তৰ: ভূপাল

114/ world test championship 2021 বিজয়ী কোন?

উত্তৰ: নিউজিলেণ্ড

115/ ৰামায়ণৰ ৰচক বাল্মীকিৰ অন্য নাম কি?

উত্তৰ: আদিকবি

116/ আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটিতউৎকলবুলি কোন ঠাইক বুজাইছে?

উত্তৰ: উৰিষ্যা

117/ সত্যাগ্ৰহ আন্দোলন পৰা আৰম্ভ হৈছিল?

উত্তৰ: বিহাৰৰ চম্পাৰন জিলা

118/ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি?

উত্তৰ: ভাৰত ৰত্ন

119/ এছিয়াৰ আটাইতকৈ ডাঙৰ দেশখন কি?

উত্তৰ: চীন

120/ অংশুমান শব্দৰ অৰ্থ কি?

উত্তৰ: সূৰ্য্য

121/ জয়মতী বোলছবি কোন চনত মুক্তি পায়?

উত্তৰ: 1935

122/ সমগ্ৰ ভাৰতবৰ্ষতে কোন চনৰ পৰা EVM ব্যৱহাৰ কৰা হয়?

উত্তৰ: 2004

123/ বগা হাতীৰ দেশ বুলি কাক কোৱা হয়?

উত্তৰ: থাইলেণ্ড

124/ ৱাংখেড়ে ষ্টেডিয়াম অৱস্থিত?

উত্তৰ: মুম্বাই

125/ চাণক্যৰ প্ৰকৃত নাম কি?

উত্তৰ: বিষ্ণু গুপ্ত

126/ প্রথম খন অসমীয়া কৃষি আলোচনী কি?

উত্তৰ:- আসাম কৃষক (ASAM KRISHOK)

127/ প্রথম অসমীয়া চুটি গল্পটো কি?

উত্তৰ:- কন্যা

128/ প্রথম অসমীয়া গল্প সংকলনটো কি?

উত্তৰ:- সুৰভি

129/ কেতিয়া অসমীয়া চুটি গল্প সংকলনসুৰভিপ্ৰকাশ হৈছিল?

উত্তৰ:- ১৯০৯ চনত

130/ প্ৰথম অসমীয়া চুটি গল্প সংকলনসুৰভি লেখক কোন আছিল?

উত্তৰ:-লক্ষ্মীনাথ বেজবৰুৱা

131/ “সাধুকথাৰ কুকিকোনে লিখিছিল ?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা

132/ শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট শীর্ষক শিশুৰ কিতাপখন কোনে ৰচনা কৰিছিল ?

উত্তৰ:- ভবেন্দ্ৰ নাথ ইকীয়া

133/ . অৰূপা কলিতা পটংগিয়াই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছে ?

উত্তৰ:- 2016 চনত

134/ কোন বছৰত ভূপেন হাজৰিকা সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল ?

উত্তৰ:- ১৯৯৩ চনত

135/ প্ৰথম অসমীয়া ভাষাৰ আলোচনী আৰুনোদই কৰ পৰা প্ৰকাশ হৈছিল ?

উত্তৰ:- শিৱসাগৰ

136/ কোন বছৰত প্ৰথম খন অসমীয়া উপন্যাস মিৰি জিয়ৰী প্ৰকাশিত হৈছিল ?

উত্তৰ:- ১৮৯৪ চনত

137/ যতীন্দ্ৰ নাথ দুৱাৰাক কি নামেৰে জনা গৈছিল?

উত্তৰ:- বন ফুলৰ কবি

138/ লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাইৰসৰাজউপাধিৰে সন্মানিত কৰে ?

উত্তৰ:- ১৯৩১ চনত

139/ “হালধিয়া চৰায়ে বাওঁধন খাইউপন্যাসখন কোনে লিখিছিল?

উত্তৰ:- হোমেন বৰগোহাঁই

140/ শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ:- ব্ৰজাৱলি

141/ বৰগীত বিলাক হিন্দী ভাষালৈ কোনে অনুবাদ কৰে ?

উত্তৰ:- দেৱী প্ৰসাদ বগৰোদিয়া

142/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্র আছে ?

উত্তৰ: গুৱাহাটী

143/ শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?

উত্তৰ: 1671

144/ ‘ অৰুণোদয়সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ: 1846

145/ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

উত্তৰ: 7 নং ৰাষ্ট্ৰীয় ঘাইপথ

146/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?

উত্তৰ: নলিনীবালা দেৱী

147/ ‘ নৰনাৰায়ণ সেতুৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে ?

উত্তৰ: পঞ্চৰত্ন

148/ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?

উত্তৰ: ৰাষ্ট্ৰপতি

149/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?

উত্তৰ: 1843

150/ ‘ভগনীয়া ৰজাকোন?

উত্তৰ: জয়ধ্বজ সিংহ

151/ জলকোঁৱৰ কোন?

উত্তৰ : এলভিচ আলি হাজৰিকা

 

Related Posts: